পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১০৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

97 কৰঙ্গন, s. উৰু, আঁঠব ওপৰ ভাগ, the thick part of the leg, the thigh. কৰঙ্গনিয়াa. কৰঙ্গনৰ সমান, এটা৷ ৰিমান, up to the waist, a measure. কৰঙ্গা, s. এবিধ দল বন, a species of wild grass. কবচনি, ১. দাত কামোৰা, দীত চোবোআ, কৰাthe act of gnashing কৰচাৰ or grinding the teeth together as in rage or great pain. , s. হেঁতাa large spoon or ladle. কৰচাই, ৬, দাত চোবে।আই, দাত কহকৰোআই, to cause to gnash or strike the teeth together. কজ্জাs. ধাৰ, ৰিন, a loan, a debt, (lindee.) কৰজোৰ, s. ক্রিতাগুলি, হাত জোৰ, the joining of the palms of the 'hands together as in respectful address. কৰত, s. কাঠ ফলা অস্ত্ৰ, a saw. কৰতল, s. হাতব তলুআ, the palms of the hand. কতলিয়া, a. অধিন হোআ, খাজানা দিব লগিয়া, কবনিয়া, tributary, subject to, under tribute to a gooro০, discipled. কৰতাল, , এবিধ বাদ্য, a rude instrument of music composed of a piece of notched bamboo and a cowry on which it is rapidly moved back and forth. কৰতি, s. মাচ এবিধ, মজব বান্ধ কটা পুথি, a species of fish, a book that teaches how to destroy the power of muntras. কাতিয়া, s. কামরূপৰ পচিম সিমাব কতিয়া নামে নৈ, কতিয়া , কৰতৰ কাম কৰোতা, the name of a river that forms the western boundary of Kamroop, a Sawyer. কনs. কৰা, ক্রিয়াa work, an action, a deed. কৰনি, s. কাপৰ আ৷দি থোআ কাঠ বাহৰ পাত্র বিসেস, a sort of native clothes box or basket. কৰনিয়া, a. গুক কৰ দিব লগা, কাতেলিয়া, discipled, tributary to a priest or spiritual guide কৰপ, s. গাত মলি বন্ধ জোআ, লেপ, টাটৰি, গত মহৰ সিঙ্গত কৰপ বন্ধা, a streak stripe or line, the mark of a vine growing around a tree, stripes or wrinkles on the horns of cattle. কপল্লব, s. হাতৰ চিয়াৰ, আঙুলিৰ ঠাৰেৰে কোআ, talking by signs, conversation by the fingers. কৰপাত্ৰ, ৪ ) চলু, হাতৰ ঠোলা, the hand used as a cup . কৰবন্ধ। , s. হাতৰ ঢাল টান মৰাকাঠ বন্ধ, callousness on the hands. কৰবিৰ, s. পুল বিক্ষ বিসেস, the sweet scented oleander or rose bay• 18