পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

, কঁপাল, s. চকুৰ চেল। উৰিৰ ওপৰ ভাগ, ললাট, বাসনাভাগ্য, the fore head, fate, destiny. কপাল , a. অভাগ্য, দুৰ্কপাল, এবিধ লত৷ গচ, unfortunate, unlucky; s, a species of climbing plant. কঁপালি, s. কপালৰ ভসন, an ornament for the forehead . কঁপি, o. থৰথৰ কৰি, কঁপি, অথিৰ হৈ, জোকাৰি, to tremble, to কঁপি জপি, ১ shake, to quiver, to be agitated. কলাa. কটলা, ঝাহ কাঠৰ আখি গুচুউঅlpruned, trimmed. কা, a. চাউল আদি নিকা কৰাcleaned, pounded out as rice. কৰTাল, গু. Hঠাই, আখি গুচাই, to glue, to stick, to prune. কাসলি, s. মুগা৷ কটা৷ ভাউৰি মাৰি, the spindle on which muga thread is wound. কবিয়াই, . কাৰ মৰাসৰ প্ৰহাৰ কৰাto shoot with a bow: কৰিয়া, s. কানৰ অলঙ্কাৰ, গাখিৰ খিৰুআ চুঙ্গ, an ear ornament, a joint of bamboo used as a milk jug. কৰোতা, s. জি জনে কৰে, কাৰি, an agent, a doer. কঁহকুঁহিয়া, a. নিচেই জিয়াগেল৷ নোহোআ, অতি ভাল, living, lirely, excellent, fresh applied to fish newly caught. কঁহাৰ, s. iাহৰ বন কৰা মানুহ, a brazier, a worker in brass, কঁহুআ, a. এবিধ বন, কাহেৰে সজাa species of grass, any thing made of bell-metal. কককক, কুকুৰা চৰাইৰ মাত, a cackling noise as made by fowls. ককর্তনিয়া, a. কাঠ পতান, খিন, immature, not perfectly grown, dwarf. ed, blasted, shriveled. ককৰ্থনাs. নিন্দাকুবচন, বিকৰ্থনাগালি, reproach, calumny, abuse. ককাs. মাক বা বাপেকৰ বাপেক, পুথাও, a grandfather. ককাই, S. জেষ্ঠ ভাই, সমন্ধ লগোআ মাত, an elder brother, used also. as a term of respect and friendship. কক্ষ, s. আখেজ, খিয়াল, পেটৰ কপট, কথা বান্ধি লগ, hate, ill will, hypocrisy, a fixed resolution. কঙ্কন, s. হাতৰ অলঙ্কাৰ, a bracelet worn by men. কঙ্কন, s. iাকৰ, সিল গুৰি বা টান মাটি, gravel, pebble, broken brick. কঙ্গাল, a. দৰিদ্ৰ, ভিকহু, দুখিয়া, poor, needy, necessitous, indigent কচ, s• মাচ এবিধ, a species of fish. কচুকচ, s. বেজবেজাই ঘাৰ খজুতি ধৰা, an itching twinging sensation. ককচনি, s. খচখচনি, ধৰফৰ, খজুতি uneasiness, fretfulness, grumbling.