পৃষ্ঠা:অলকালৈ চিঠি.pdf/৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 25 ) ছৈখোৱা ঘাট ...... ........ মৰমৰ অলকা, সাধনাত সিদ্ধি লাভ হল। শদিয়াৰ নীৰৱতাই আমুৱালে। নিজক প্ৰবোধ দিবলৈ পৰহিলৈ গধুলি যদি পাৰা ষ্টেছনলৈ আহিবা,—মই পোনে পোনে ছিলঙলৈ যাম। অসুবিধা হলে নাহিবা। চেষ্টা কৰিম। অন্তৰৰ সকলোখিনি কমনীয়তা (বোধ হয় বেছি নাই, সেই দেখি ) তোমালৈ উপঢৌকন খৰূপে পঠিয়ালো। ইতি 99 তোমাৰ— প্ৰকাশ