পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

SPRALES কথিত—‘ফুলৰ মূৰ’ নিলিখিব!, মই চানেকী চাই কণি বাছিব নাজানো, স্থতা লব পাৰোঁ, ব তুলিব পাৰে॥ কিন্তু আজি কালিৰ দিনৰ 'জ', ‘লিপষ্টিক' সম্বন্ধে অলপ জানো আৰু তুমি যেতিয়া কলেজলৈ আহিবাই এইবোৰ বিষয়ত ট্ৰেইনিং লোৱাৰ বা এপ্ৰেন্টিছ কৰাৰ দিন তোমাৰ চমু চাপি আহিছেই। তুমি কলেজত পঢ়া সম্বন্ধে দেউতাৰাই শেষ সিদ্ধান্ত কৰিলে নো নাই? মাৰাৰ আগ্ৰহ নাথাকিব, জনা কথা। ক্ষিতীনৰ মত জনাম নেকি! নাই, পিছত জনাম। মই দুই চাৰি দিনতে কলিকতা পামগৈ। ইতি 22 তোমাৰ— প্ৰকাশ