পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তোমাৰ পৰিচয়ৰ আগেয়ে কোনে ভাবিছিলো যে আমি এনে এটা অৱস্থাত পৰিম হি। কোনে জানে ইয়াৰ পিছত ব৷ আমাৰ মাজৰ সম্বন্ধ কি হব। যিয়ে নহক, আমাৰ এছোৱা জীৱন অনন্তৰ কোলাত “ভাহি যাব। কালৰ কোলাত সেই কাৰণেই বোধ হয় বহুত লুকোৱা হুমুনিয়াহ, পাহৰা হাঁহি আৰু অনাগত কালৰ মধুৰ ছবি ভাহি ফুৰে। তোমাৰ বইদেউৰাৰ পৰা আজি এখন চিঠি পাইছো। তেখেতে লিখিছে যে তুমি হেনো তেখেতসকলক তোমাৰ মনৰ প্ৰকৃতভাৱ জানিবলৈ নিদিয়া। বিষয়টো কি অৱশ্যে বুজিছাই। –কি কবা অৱশ্যে মই কব নোৱাৰে॥ খবৰ পঠিয়াম। মোক গালি না পাৰিবা কিন্তু। ইতি নোকোৱা কিয়? পালে উকলি দি ১৩৯ চিৰন্তন — প্ৰকাশ