পৃষ্ঠা:অলকালৈ চিঠি.pdf/১২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- – “আজি ডাক অহা নাই?” কিন্তু অকল তোমাৰ চিঠিয়ে নাই, কাক কওঁ—“অলকাৰ চিঠি কিয় নাই?” আৰু তেনে অনুভূতি মাহেকে পষেকে এবাৰ হলে নহয় নিজৰ ছাঁটোলৈ চাইয়ে কলা, – কিন্তু যদি এয়ে তোমাৰ অন্তৰৰ হৰি নাম হয় — " কাক কথা, কেনেকৈ কথা?” তোমালোক ছোৱালীবোৰে একো নুবুজা যেন পাইছো। অকল বুজা নিজৰ অভিমান, বুজা চকুলো মচিবলৈ। তুমি ইয়াতকৈ বেছি বুজা বুলি অনুমান কৰোহঁক, নে কি কোৱা? তোমাৰ ভাইটিলৈ মোৰ ইতি মৰম। তোমাৰ— প্ৰকাশ