পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৪ ভৰতে তহিতে যত ৰাজকাৰ্য্য চাইল অন্যায় তেজিয়া ধন উপাৰ্জ্জন ভৈল। হুয়৷ অৱনত সমস্তে তাক যোগাইল॥ ২৬১০ সততে ৰামৰ ভৰতএ সুবিনীত। ৰাজকাজ নিত যত শিষ্ট শান্ত দুষ্টক দণ্ডি সৰ্বথা। নন্দিগ্ৰামে ভৈল থিত॥ এহি মানে আবে অযোধ্যা নগবে শ্ৰীৰাম অৱতাৰ। ৰূপে গুণে মানে অযোধ্যাকাণ্ডব কথা॥ ২৬১১ সনতকুমাৰ যিটে৷ কোটি কোটি সমান নাহিকে যাৰ। নজানে যাৰ ৰহস্য। সকল নিগম গুণৰ নপাৰে অন্ত। ব্ৰহ্ম হৰ পুৰ- পাত্ৰ সমন্বিতে সমুচিতে যত পানৈৰ আগত অনন্ত শকতি- ভক্তি ততপৰ ভকতিত বশ্য কবি সমুচিত ভৈলা সমাপতি তেন্তো ভকতিত বশ্য॥ ২৬১২ পিতৃৰ সত্যক জন পালিলন্ত যাহাৰ পদে সেৱন্ত॥ যিটো দেৱ ভগৱন্ত। ৰামায়ণ দানে ত্ৰিভুবনে আদি যোগেশ্বৰ দশৰথ গৃহে ব্ৰহ্মাণ্ডৰ পতি গণে কহি যাব ন্দৰ আদি দেৱে হুয়া ভকতৰ তেহেস্তে৷ আজ্ঞা পালন্ত॥ ২৬১৩ পালিয়া বনক ধৰ মহেশ্বৰ গৈলা ভ্ৰাতৃ ভাৰ্য্যা সঙ্গে। মাধৱ কন্দলী ৰহিলা বনত ৰঙ্গে। ভকত জনৰ কৰন্ত ৰামে নিশ্চয়। হেনয় পৰম হেন মহেশ্বৰ আৱৰ কোন আছয়॥ ২৬১৪ কৃপালু গুণক জানি। ৰামৰ চৰণ শুন৷ নিৰন্তৰ নকৰিবা জানি সঙ্গ। একেজনী দুষ্টা ভজিয়োক সবে প্ৰাণী॥ অযোধ্যা নগৰে ৰামত সবে ভকত। মন্থৰাত হন্তে হেন নিষ্ঠ জানি ঈশ্বৰৰো ছত্ৰ ভঙ্গ॥ ২৬১৫ তেসম্বে সহিতি লৈয়ো সঙ্গ মহন্তৰ। সকলে শাস্ত্ৰৰ ভণিলন্ত ৰাম মনক পূৰণ কৃপালু দেৱতা অথিৰ জীৱন কহিবে কোনে শকত॥ প্ৰভু ৰাঘৱৰ কলিত সম্প্ৰতি পঙ্কজক মাত্ৰ মাধৱ কন্দলী দুৰ্জ্জন জনৰ বিনে মাধৱৰ নাম। কুঞ্জীৰ নিমিত্তে অযোধ্যাকাণ্ড সমাপ্ত আছে যত জন পাইলা যত দুখ শুনিয়ে৷ কথা ৰামৰ॥ ২৬১৬ জানিয়া তেজিয়ো হেলা। দুসঙ্গ তেজিয়া বসি এক প্ৰীতি অপেক্ষাৰো আৰো বেলা॥ এহি তাতপৰ্য্য যাই কেতিক্ষণ নাহি আন গতি কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম॥ ২৬১৭ Library books will give you in for lona