y ent নন্দিগ্ৰামৰ সিংহাসনত শ্ৰীৰামৰ পাছকা স্থাপন। তুগড়ী। প্ৰভাতে উঠিয়া মিলায়৷ পাত্ৰ সমাজ। মধুৰ বচনে ৰামৰ মন্দিৰ ভৰতে বুলিলা কাজ॥ অযোধ্যা নগৰী শোক নোহে উপশায়। সেহি নন্দিগ্ৰামে পৰিহৰি মই চলি যাইবো নন্দিগ্ৰাম॥ ২৬০২ সবে ৰাজকাজ হেন শুনি পাচে জুৰাইবো শোক ৰামৰ। নন্দিগ্ৰাম প্ৰতি আজ্ঞা পালি ৰাঘৱব॥ হৰিষ কৰিল মনে। কৌশল্যা প্ৰমুখ্যে নিত্য সমাপিয়া প্ৰদক্ষিণ কবি সম্বৃধি সবাকে শত্ৰুঘন ভ্ৰাতৃ শূন্য দেখি মোৰ সাজিলন্ত তেতিক্ষণে॥ ২৬০৩ বশিষ্ঠ প্ৰমুখ্যে অযোধ্যাপুৰত থৈলা। সবাৰে আগত থিত হুয়া কিছু সাধিবো তথাতে পাত্ৰ মন্ত্ৰী যত শিৰে ধৰি তুলি লৈলা॥ বথত গৈয়া চৰিলা। সমদলে শীঘ্ৰ- অযোধ্যাকাণ্ড যত পাত্ৰ মন্ত্ৰী ৰথৰ নামিয়া মাতৃক প্ৰবোধি চলিবাক সবে পাচে যান্ত শত্ৰুঘন। আগত সবে লৰিলা॥ ২৬০৪ প্ৰণামি সবাকে আনন্দিত কৰি মন | সহিতে ভৰত যত গুৰুগণ ভবত লবিল| কতো বেলি গৈয়া পাইল। সবহি লবিল 1 বেগে নন্দিগ্ৰাম পাচে পানৈজুৰি ভৰতে মাথে চৰাইল॥ ২৬০৫
I i ভৰতে বোলন্ত 1 আমি ভৈলো যেন প্ৰাণ দদা মোৰ তান আগে আমি ৰাম দদা ভৈল আমি ভৈলে৷ তাত মই ভৈলো যেন প্ৰভু ৰাঘৱৰ সত্যে সত্যে মই দদা ভৈল মেৰুশৃঙ্গ॥ ২৬০৬ চৌধয় ববিষ তান পদ মনে ধৰি। তাহান পাহকা বশিষ্ঠ প্ৰমূখ্যে পালিবোহো নিষ্ঠ কৰি॥ পঢ়িলন্ত হুমঙ্গল। ধৰল ছত্ৰক ৰাম ভৈল সিংহ শশ। ভৈলন্ত গৰুড় পানৈজুৰি নিয়া যাৱে থাকে বন মাজ। মশ শিৰে ধৰি মই চৰ্চ্চিবোহে৷ তাৱে ৰাজ॥ ২৬০৭ যত পুৰোহিত জয় জয় ৰাম প্ৰফুল্ল পঙ্কজ ভৃঙ্গ। ঢোল ঢাক শ ক্ষুদ্ৰ সৰীসৃপ উটত নিশান মই সে সেৱক প্ৰজা কৰে কৌতূহল বেমুচি খুমচি আদেশ তাহান তাঙ্কে ৰাজ্য ভাৰ দিল। মুহুৰা দোশবি মোৰ প্ৰভু ৰাম অনস্তৰে শত্ৰু আনন্দ আতি কৰিল॥ ২৬০৮ ভবতে ধৰিল ॥ পাটত বৈসায়৷ ঝমকে বাজে মাদল। বুলি প্ৰজা সবে বাজয় অসংখ্য ঘোড়াত বাজে তবল। অনেক বিশাল বাজে ভাণ্ডি কাংশতাল। ডিণ্ডি সদগৰ ঝড় ঝড়ি ভেৰা শব্দৰ কোলাহল॥ ২৬০৯ ঘন কুমৰক অযোধ্যা লাগি পঠাইল।