বসি আছে ৰামচন্দ্ৰ তৃণৰ গৃহত। আছন্ত অগনি যেন ভস্মৰ মাজত॥ ২৫২০ শ্ৰীহানি ৰামৰ শৰীৰ গৈল জসি। মেঘৰ সন্নিত যেন পূৰ্ণিমাৰ শশী॥ ডাহিনত লখাই বামে জনকৰ জীৱ। নন্দি গৌৰী সমে যেন বসি আছে শিৱ। ২৫২১ দেখি ভৰতৰ নীৰ নেত্ৰৰ ঝৰিল। হা প্ৰাণ দদা বুলি চৰণে পৰিল। দেখিয়া বিষাদ বৰ পাইলা শত্ৰুঘনে। হা মৰিলোহে৷ বুলি পৰিলা চৰণে॥ ২৫২২ হুমন্ত্ৰ ৰামৰ আগে ধৰি কৃতাঞ্জলি। ৰামৰ চৰণে গৈয়া কবিলা সেৱলি॥ হাত জোৰে গুহে কৰিলন্ত নমস্কাৰ। সবাৰে চক্ষুৰ পৰা বহে জলধাৰ। ২৫২৩ শুনা ৰামায়ণ পদ সভাসদ যত। পৰম সম্পদ ইসে কলিৰ যুগত॥ আপোনাৰ কুশলক ইচ্ছা আছে যাব। বোলা ৰাম ৰাম সুখে তৰিবা সংসাৰ। ২৫২৪ পিতৃৰ মৃত্যু শুনি বামৰ শোক। তুলড়ী। ৰাম শত্ৰুঘন আৱৰ সীতা গোসানী। দাৰুণ শোকৰ মুখে নসঞ্চৰে বাণী॥ ৰাঘবে বোলন্ত মোৰ বৃদ্ধ মাৱ তই চিন্ত৷ বৰ পাইলি। বশিষ্ঠ গুৰুৰ অযোধ্যাকাণ্ড ঘাৱে পীড়িলেক আৰো শত মাঝ ভৰত লক্ষ্মণ বাপক এৰিয়া কি কাৰ্য্যে বনক আইলি॥ ২৫২৫ বাৰ্ত্তা কহ বাপ ভৈয়াই ভৰত বৰ্গ। 1 সবলোক মন্ত্ৰী আৰে৷ শত মাৱ বৰ্গ॥ কৌশল্যা সুমিত্ৰা বৃদ্ধ দশবথ যত অযোধ্যাৰ লোক। ভেদ দণ্ড সাম কৰে যুবৰাজ তোক॥ ২৫২৬ দেৱ দ্বিজ গুৰু বুজিলা তাক বিচাৰি। মুখ্য মুখ্য লোক ভালে তুষিবাক পাৰি॥ সকল দেশক বামক প্ৰণাম তাক পাল ভাল কৰি। কান্দো কান্দো মুখ শ্মশান-শালীৰ পাত্ৰ আছে যত মাৰ বাপ এবি কেনে আইলি জটা ধৰি॥ ২৫২৭ দেখিতে নুহিকে কৈকেয়ীৰ গৰ্ভে আইৰ বাৰ্ত্তা কহ নমিলা পাচে সীতাক। তোবা তিনি যেবে বাপে কোন দিন মধ্য ৰাত্ৰি ভৈলে কিয় হেন বোলা মোক॥ বশিষ্ঠ গুৰুয়ে পূৰ্ণ ছয় দিল ভৈল। অযোধ্যাক লাগি অধম যেন চণ্ডাল॥ ২৫২৮ বাপৰ পৰাণ গৈল॥ শত্ৰুঘনে সমে দানৰ উপাই মৃতক দেহক থৈয়া। পিতৃৰ গৃহক মাহুত বাহুত 99 পিতৃৰ চৰণ পোৰা ছাইক যেন ভাল। উপজিলো আমি কৰিয়া ভৰতে কবি বুলিলন্ত তোমাৰ শোকত ঠাৱক গৈলো মাৱৰ॥ শীঘ্ৰ বেগে দূতে আমাক আনিলে গৈয়া॥ ২৫২৯ বনক আসিলা দুৱাৰ পাইলো বাপৰ। নাবাণ তেলত দুইহন্তে আসিয়া শূন্য দেখি পাচে
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৮৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই