অযোধ্যাকাণ্ড মৃগ হেতু লক্ষ্মণ চলিলা আন ভিতি। | দেৱলোকে বোলে গুচ গুচবে পাপিষ্ঠ। শৃঙ্গাৰে থাকিল৷ ৰাম সীতায়ে সহিতি॥ সীতাক হিংসিলি তই সবাৰে অনিষ্ঠ॥ ২৪৯৮ অনেক হৰিষ ভৈল ৰামৰ শৰীৰে। একো থানে কাকে যেবে শৰণ নপাইল। সীতাৰ উৰুত শিবে শুইলা নদীতীৰে॥ ২৪৯১ শীঘ্ৰবেগ কৰিয়৷ ৰামৰ পাশে আইল॥ লক্ষ্মণ গৈলন্ত যৰে মৃগ মাৰিবাক। খেদে যমদূত সম ৰাঘৱৰ বাণ। নীতাব সন্নিতে বৃক্ষডালে পৰি কাক॥ বোলে নিচিনিলো প্ৰভু বাখিয়োক প্ৰাণ॥ ২৪৯৯ সীতাব ৰূপক দেখি কাক ভৈল ভোল। ক্ষমা কৰিয়োক মোৰ অজ্ঞানৰ পাপ। এক দোৱা কৰি গৈয়া চাপিলেক কোল॥ ২৪৯২ : তুমিসি ত্ৰৈলোক্য নাথ জগতব বাপ॥ ৰাঘৱৰ আতিশয় নিজাক দেখিয়া। বব দ্ৰোহ আচৰিলে৷ জগতব মাৱে। সীতাৰ তনত পৰিলেক জাম্প দিয়া॥ এহি বুলি বায়স পৰিল দুই পাৰে॥ ২৫০০ তনমাজে গোসানীৰ কৰিলেক ঘাৱ। বাঘৱে বোলন্ত আসি শবণ পশিলি। ক্ৰোধিলন্ত গীতা নাৰ কাম্পে হাতপাৱ॥ ২৪৯৩ . আপোনাৰ পাপে তই আপুনি নশিলি কোপে শোকে সীতাদেৱী ক্ৰন্দন কৰিল। অবাধ্য মোহব বাণ জান তই সাঙ্গ। ৰামব শৰীৰ সবে লোতকে ভবিল॥ সীতাব আগতে কাকে কেলি কৰে বৰে। থপা মুণ্ডি দিয়া বেগে তন মাজে পৰে। ২৪৯৪ প্ৰাণে নেবে জীবি ছাবি দেহ এক অঙ্গ || ২৫০১ মাবিব নপাৰে সীতা কান্দিল বহুত। জাগিয়া দেখিলা ৰাম দশবথ শুত॥ সীতাৰ তনব মাজে বহয় ৰুথিৰ। ক্ৰোধিলন্ত ৰামে দেখি নসহে শৰীৰ॥ ২৪৯৫ নগণিয়া বামক সীতাক প্ৰহাৰয়। পুনু পুনু প্ৰহাৰিয়া তনত পৰয়॥ ক্ৰোধিয়া বোলন্ত ৰাগ লৈবোহো পৰাণ। মন্ত্ৰ পঢ়ি মাৰিলেক ঈষিকৰ বাণ॥ ২৪৯৬ অগ্নি সম শৰ দেখি বায়স উবায়। ৰাঘৱৰ শৰে তাৰ পাছে খেদি যায়॥ ইন্দ্ৰৰ তনয় কাক অতি বৰখল। শৰে খেদি নেই পলাই গগন মণ্ডল॥ ২৪৯৭ | পাৱ ধূলি ব্যাপিলেক গগন মণ্ডল৷. কাকে মনে গুণে এবে মিলিল মৰণ। বৃক্ষৰ চটক সবে সাগৰান্ত গৈল। দেৱ সমাজত গৈয়া পশিলা শৰণ॥ ৰাম সীতা লক্ষণৰ চমৎকাৰ ভৈল॥ ২৫০৫
40 বিমৰিসি কাকে এক চক্ষু এবিলেক। বাঘৰৰ শবে তাক ছন্ন কৰিলেক॥ ৰামক প্ৰণামি কাক গৈল প্ৰাণ বাখি। সেহি ধবি কাকে নেদেখয় এক আখি। ২৫০২ ঘাৰ গোট পালতায়৷ এক আখি চাই। সচকিত মনে সি আহাৰ পানী খায়॥ । অমৃত সমান জুব বাঘৱৰ হস্ত। মাজিলা সীতাৰ তন ভৈল৷ দেবী সুস্থ॥ ২৫০৩ শ্ৰীবান লক্ষ্মণ হয়ে৷ শিবে জটা জুটে। সুখে উপস্থিত ভৈলা গিৰি চিত্ৰকূটে॥ ৰাঘৱৰ চৰিত্ৰ আছোক এহিযান। ভবতে পশিলা যেবে চিত্ৰকূট বন॥ ২৫০৪ কটকৰ ৰোলে বন পূবিল সকল।