পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৮ শুতিয়া অশেষ পৰি তৈতে তল পাইল। সেনাপতি সবে হাতী ঘোড়া বণ সাজিয়া আনি মিলাইল॥ দেৱতাক ধাবে ঢাল সেন। সকল। সেনা ভৈলা সাজ হৰিষ কৰে মনত। আতি খৰতৰ চলে অন্তৰৰ দল॥ ২৩১২ হাঙ্কাৰ কৰিল গৰ্ব্বে ছাড়ে ডাক দেখিল কত দূৰত॥ উভয় সেনাব পায়৷ পয়োভৰ ৰাজাৰ আদেশ দেৱ দাম্ফি আতি কৰে। কৰয় আস্ফাল সাজিয়া বজাইল অশেষ সেনাক ভব সহিবাক পৃথিবী কাম্পয় ভবে॥ ২৩৯৩ সৰ্পগণ তলবল। শুনা বামায়ণ লাগি গৈল ধসমসি। সেন চমৎকাৰে ৰাম গুণ নাম দেখি গুহৰাজ ভকত জনৰ পাতো পবৰ খসি॥ ৰামায়ণ সেনা ঝিঙ্কৰিল জোকাৰে খাণ্ডাক ৰামব চৰণ দুই। মুখ ভৰি ভবি সেনা ভৰতৰ আৰাৱে অপাব যেন যান্ত বদাতল॥ ২৩৯৪ শৰণ লৈয়ো ৰামত। খলকে সাগৰ কম্পয় পাতাল নপাৰি পৃথিবী তৰা হুখে সংসাৰত। • সভাসদ গণ গাৱা অবিশ্ৰাম জানা নিজধন বোলা ৰাম হবি লাগোক পাপত জুই॥ ২৩৯৫ ভৰতৰ লগত গুহৰ মিলন আৰু ৰামৰ বৃত্তান্ত শুনি ইঙ্গুদিগছৰ তলত বহি ভৰতৰ বিলাপ। পদ এহিমতে পাছে ভাগীবথী তীৰ জুৰি। উভয় সেনাৰ লাগি গৈল হুড়াহুড়ি। দুই গোটা সেনাৰ লাগিল পঞ্চ কাণ্ডি। শৰক প্ৰহাৰি শালি থোৱে মুণ্ডেগাণ্ডি॥ ২৩৯৬ যুজিবাক দিয়ো হাক আমাৰ সেনাক। দেখি গুহে মন্ত্ৰীক বুলিলা পাছে বাক॥ অবিচাবে প্ৰথমত যুদ্ধ কৰো যেবে। পৰ্য্যন্তে আমাৰ ঘাটি মিলিবেক তেবে॥ ২৩৯৭ প্ৰথমতে ভৰতক ভেটিবাক যাওঁ। ভালমতে তান চিত্ত জিজ্ঞাসিয়া চাওঁ॥ শুনি আছো ভবতব ৰামত ভকতি। বামক নিবাক যেবে আসিছে সম্প্ৰতি॥ ২৩৯৮ ভেবে যুজিবাক যোগ্য আমাৰ নোহয়। বাম যেন আমাৰ ভৰতো সেহি নয়॥ ৰামব চৰণে মাত্ৰ মোৰ যেন চিত। ভবততে। হয় সেৱা কৰিতে উচিত। ২৩৯৯ এখন উচিত নেদেখোহো যুজিবাক। এহি বুলি আপোন সৈনক দিলা হাক। তেতিক্ষণে অনেক সৈনক সাজি লৈলা। । ভৰতক ভোটবাক গুহ চলি গৈলা॥ ২৪০০ পাত্ৰ মন্ত্ৰী সেনা বেঢ়ি চলিল অপাৰ। সমস্তে দেখিল পাছে গুহ আসিবাৰ॥ আথে বেথে মন্ত্ৰী ভৰতত জান দিল। তোমাক ভেটিতে গুহ নৃপতি আসিল॥ ২৪০১

বামৰ পৰম এহো সখা মহাহিত।

সতকাৰ কৰিবাক তোমাৰ উচিত॥