৬ পৰম বিনীত বেদ শাস্ত্ৰত কুশল। ধনুৰ্ব্বেদ আদি বিদ্যা জানন্ত সকল॥ ক্ৰোধে যমকাল যেন ক্ষমাই বহুমতী। গম্ভীৰে সাগৰ যেন বুদ্ধি বৃহস্পতি॥ ২৩৭৩ সৰ্ব্বগুণে বিধি যেন বেশত গন্ধৰ্ব্ব। ৰাজাৰ লক্ষণ ৰামতেসে আছে সৰ্ব্ব॥ চলিবোহো নিশ্চয় ৰামক আনিবাক। কাতব কৰোহো গুৰু নিদিবাহা হাক॥ ২৩৭৪ প্ৰীতি কৰি আনি থাপি বামক ৰাজ্যত। মই বনে থাকি পালে৷ পিতৃৰ শপত॥ বশিষ্ঠে বোলন্ত দশৰথৰ কুমাৰ। মই ভালে জানো শুদ্ধ মতিক তোমাৰ॥ ২৩৭৫ ৰামায়ণ চিত্তক লখিতে কৰিলোহো পৰিহাস। সাৰ্থক বঘুৰ বংশে তোমাব নিবাস। বিলম্ব নকৰি চল সত্বৰে বনক। তোমাৰ প্ৰসাদে দেখো আমিও ৰামক॥ ২৩৭৬ ভৰতে বোলন্ত মন্ত্ৰী চালিয়োক গাৰ। সেনাপতি সব মোৰ সত্বৰে চলাও॥ হস্তী ঘোড়া ৰথ আগে কবোক পয়াণ। ৰথখান সাজিয়া সত্বৰ কৰি আন॥ ২৩৭৭ শিবত ধৰিয়া ভৰতৰ আজ্ঞা বাণী। সৈন্যক চলায়া ৰথ মিলাইলন্ত আনি॥ দেখি শত্ৰুঘনে সমে চড়িলা বখত। বক্ষণ বিহিয়৷ চলি গৈলন্ত ভবত॥ ২৩৭৮ শুনা সামাজিক বাম চৰিত্ৰ উপাম। সংসাৰ নিৰ্ম্মল হৌক বোলা ৰাম ৰাম। ২৩৭৯ ৰামক আনিবলৈ ভৰতৰ যাত্ৰা। ৰামৰ বিপদ-আশঙ্কাত গুহৰ বাধা দিবলৈ উদ্যোগ॥ তুলড়ী। চড়িয়া ৰথত ৰক্ষণ বিহি ৰাজ্যত। কৌশল্যা সুমিত্ৰা ৰথত চড়ি পাছত॥ নিজ কুল গুৰু ভবতব আগ ব্ৰাহ্মণ আছন্ত যত। ক্ষত্ৰী বৈশ্যগণ ঠঠাৰি সোণাৰি চড়িয়া নিজ ৰথত॥ ২৩৮০ বনিয়া চমাৰ নট ভাট তেলী তান্তী। ইসব প্ৰমুখ্যে ভৰতৰ লগে যান্তি॥ আদি অন্ত নাহি মনত উৎসুকে চলিয়ো সত্বৰে কৈকেয়ী চলিলা ধোবা আৰো কুম্ভকাৰ। বিলম্ব নকৰা বশিষ্ঠ প্ৰমুখ্যে ৰামক দেখিবো শুনি চলিলন্ত লৰিলা ভৰত স্বামী আৰো কিবা চাহা। কৰ্পূৰ্ব তাম্বুল খাহা। পাৱৰ প্ৰহাৰে হৈয়া চলিলন্ত কঁসাৰ সেঘাৰী বেগে বায়ু জিনি বানক আনিবে যাহা॥ লৰিল পদাতি যত। কায়স্থ সজ্জন আড়ম্বৰ কৰি তাৰ॥ ২৩৮১ নাৰীগণে বোলে কমাৰ সুতাৰ চলিল যতেক সত্বৰে গৈয়া আনাহা॥ ২৩৮২ চলে হস্তী ময়মত্ত। হেৰা দেউ ধৰা ভৰতৰ লগে শোক পাসৰিবো চলিল যত ঘোটক। নাহি আদি অন্ত পৃথিবী কম্পায়৷ তেজিয়া হেসনি খাণ্ডা বাৰু ধৰি অসংখ্য চলে কটক॥ ২৩৮৩
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৭৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই