পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অযোধ্যাকাণ্ড দুই ভাইক বশিষ্ঠে তুলিলা হাতে ধৰি। গুৰুৰ বচন শুনি শোক পৰিহৰি॥ ২৩৩৬ লোতকে তিন্তিল দুইৰে৷ শৰীৰ সকলে। শুক্ৰধ্বজ যুগ যেন বৰিসণ জলে॥ নিশেষ দগধ ভৈলা দশৰথ ৰাজ। অগুৰু চন্দন দাৰু নিৰ্ম্মিলন্ত চিতা। বন্ধু জনে কান্দন্ত ৰাজাব চতুৰ্ভিতা॥ চিতাত থাপিল| নিয়া উত্তৰ শিথানে। উপৰতে যজ্ঞপাত্ৰ থৈল থানে থানে॥ ২৩২৯ ওহিত ব্ৰাহ্মণে তিনি অগনি থাপিয়া। ৰতাহুতি দিলন্ত হাতত শ্ৰুৱ দিয়া॥ সৰযূত বুৰ দিয়া প্ৰেতাঞ্জলি কাজ॥ ২৩৩৭ উড়ুখল মুষলকো থাপিলন্ত নিয়া। জলদান কৰিতে ভৰত লৰি গৈলা। অগ্নিত হুমিলা পশু গোটক মাৰিয়া॥ ২৩৩০ নিৰন্তৰে তীৰ্থ যত তৈতে আসি ভৈলা॥ সবৎত্সা অনেক ধেনু প্ৰদান কৰিল। পয়স্বিনী গঙ্গা দেবী যমুনা গোমতী। বিধিৰ নিয়মে পাছে মুখাগ্নি কৰিল॥ চন্দ্ৰভাগ৷ কাবেৰী লৌহিত্য সৰস্বতী॥ ২৩৩৮ কলসে কলসে ঘৃত অনেক ঢালিল। নৰ্ম্মদ৷ সুৰে৷ সোণ নদী হীৰমতী। জাজ্জ্বল্য সমান চিতা অগনি জ্বলিল। ২৩৩১ গোদাৱৰী কৃতমালা নদী ভানুমতী॥ অগনি লাগিল যেবে নৃপতিৰ গাৱে। সব তীৰ্থ আসি ভৈলা সৰযূৰ জলে। কুমাৰে তৰ্পণ কৈলা কুটুম্ব সকলে॥ ২৩৩৯ নিৰন্তৰে জ্ঞাতিয়ে কৰিল জলদান। প্ৰণামিল কুমাৰে ৰাজাৰ দুই পাৱে॥ আৰ্ত্তনাদ কৰি কান্দিলন্ত দুই ভাই। হা বাপ কৈক যাহা আমাক পেলাই | ২৩৩২ | তেতিক্ষণে আসি ভৈলা ইন্দ্ৰৰ বিমান॥ মোক এৰি কৈক যাহা দশৰথ বাপ। তীৰ্থজল পান কৰি তৃপিত ভৈলন্ত। ৰথে চড়ি দশৰথ স্বৰ্গক গৈলন্ত॥ ২৩৪০ ইন্দ্ৰে আসি কতো দূৰ আগ বঢ়াই নিলা। আপোনাৰ অৰ্দ্ধাসন তাঙ্ক এবি দিলা | পাছে প্ৰজ৷ সব উঠি চালিলন্ত গাৱ। পিণ্ড দিয়া ভৰত লবিলা নিজ ঠাৰ॥ ২৩৪১ আগে পাছে গৈল প্ৰজ৷ পীড়িলেক শোকে। ইন্দ্ৰক পীড়িল যেন অশুৰৰ লোকে॥ দূৰতে ভৰতে দেখি অযোধ্যা নগৰী। প্ৰজাক সম্বুধি মাতিলন্ত মন্যু কৰি॥ ২৩৪২ ৰাম দশৰথে শূন্য গ্ৰাম দেখা জনে। নাৰীক নোশোভে যেন স্বামী অবিহনে তেজিলোহে৷ সবে দেশ যত বন্ধুজন। বিনা বাপ ভাই মোৰ নিস্ফল জীৱন॥ ২৩, ৩ সহিতে নপাৰে৷ আৰে৷ হৃদয়ৰ তাপ॥ অনুদিনে বাপ যাত সমৰ্পণা কৰি। পিতৃ সম ৰাম গৈলা দেশ পৰিহৰি॥ ২৩৩৩ হা ৰাম দদা মই কত পাপ কৈলো। তুমি হেন ভ্ৰাতৃত বঞ্চিত মই ভৈলো॥ বশিষ্ঠে বোলন্ত সবে অৱশ্যে মৰিব। মৃতক পৰাণ পুনৰপি উপজিব॥ ২৩৩৪ অনুশৌচ এৰিও সংসাৰ বিধি বক্ৰ। সংহাৰিব সবাকো দুৰ্বাৰ কালচক্ৰ॥ তুমি আমি প্ৰমুখ্যে আৱৰ যত জন। দিন কতিপয় থাকি সবে হৈবো ছন্ন॥ ২৩৩৫ পদ্মৰ পত্ৰৰ যেন নীৰ বহি যাইব। শোক এৰা সবে অন্তে প্ৰাণ হৰুৱাইব॥