ৰামৰ চৰণে বিলম্বক পৰিহৰি॥ ২২২৮ জানা সাৰ তত্ত্ব কেতিক্ষণে গিলে পৰিয়া আছে৷ নিশ্চয়। দাৰুণ মৰণ ভয়। পৰম চঞ্চল পশিয়ো শৰণে ইসে নিজ কাম কালৰ মুখত পদ। মিলে একেতিলে তেজিয়ো বিশ্বাস আত। বুলি ৰাম ৰাম এৰায়ে৷ কালব হাত॥ ২২২৯ বিষয় সকল সিংহাসনে থিত ভৈলা গিবিবজ্ৰনাথ। তেতিক্ষণে ভৰতে জৰিল৷ জোৰহাত॥ দেখি ৰাজ৷ বোলে মোৰ নাতি সদভাৱ। বাপৰ আদেশে জাণ্টে চালিয়োক গাৱ। ২২৩০ দশৰথ কৌশল্যা বাঘৰ লখমণ। কৈকেয়ী সুমিত্ৰা আৰো যত বন্ধুগণ॥ বশিষ্ঠ প্ৰমুখ্যে গুৰুপাত্ৰ যত জন। সবাকে৷ সন্দেশ দিল তিনি কোটি ধন। ২২৩১ ভৰতকে৷ দিলা পাছে আশেষ সম্ভব। সহস্ৰেক ঘোড়া দিলা পৰন সঞ্চাৰ॥ মাণিকে মণ্ডিয়া দিলা ৰথ দশ খান। ময়মত্ত হস্তী দিলা দশশত মান॥ ২২৩২ লক্ষ তোলা হুবৰ্ণ সহস্ৰ অতিৰেক। কোটি এক ধন দিলা সন্দেশ অনেক॥ কেকয়ক নমিলা মাতুল যুদ্ধাজিত। চড়িলা ভৰত বথে হৈয়৷ শুনশ্ৰিত॥ ২২৩৩ আগত ভৰত পাছ ভৈলা শত্ৰুঘন। ৰথ খান গতি কৰে যেহেন পৱন॥ ৰামায়ণ পূৰ্ব্ব দিশ লাগি দুয়ো ভাই চলিলন্ত। নদীনদ নগৰ অৰণ্য এৰাইলন্ত॥ ২২৩৪ যমুনাৰ তীৰ পাইল কটকসকল। সবে প্ৰজা সন্ধুকিল পান কৰি জল॥ এৰাইল অনেক গ্ৰাম নগৰ আশেষ। ধীৰে আস প্ৰজা বুলি কৰিলা আদেশ॥ ২২৩৫ প্ৰজাক এবিয়া নানা দেশক এৰাইল। শীঘ্ৰে গৈয়া আতি নদী গোমতী ছাৰাইল॥ চলিলা ভবত যেবে গোমতীক তবি। বিণি বিণি দেখি যায় অযোধ্যা নগৰী॥ ২২৩৬ সাত দিনে পাইলা গৈয়া নগৰীব কোল। এদিনাবমতে তাত নুশুনিয় ৰোল॥ বিপবীত দেখি বোলে কৈকয়ীৰ হত। কিবা আথান্তৰ মোত নকহিলি দূত॥ ২২৩৭ তিনি প্ৰহৰব পথ যাৰ ধ্বনি গৈল। অযোধ্যা নগৰা দেখো নিশৱদ ভৈল॥ সাগৰ মথন্তে যেন আসিল আস্ফাল। বেদধ্বনি নৃত্যগীত নাহি কোলাহল॥ ২২৩৮ কিছুৰে নুশুনি আজি সিসব শব্দ। বায়ু গিব ভৈলা যেন সাগব তবধ॥ নিবন্তৰে চলে যত হাতী ঘোড়া ৰথ। চৌদোলৰ নিমিত্তে যাইবাক নাহি পথ। ২২৩৯ কি কাৰণে আজি নাবীশূন্য দেখো বাট। কোলাহল নুশুনোহো পাঞ্চশত হাট॥ মলিন দেখোহো নগবব উপবন। বিলাস বিনোদ যৈত কৰে নাৰীগণ॥ ২২৪০ বৃক্ষত চাতক সবে নকৰয় ৰেলি। নগৰৰ লোকৰ নেদেখো কিছু কেলি॥ শুন ওৰে সাৰথি বচন বোলো তোক আমাক নমাতে কিয় নগৰৰ লোক॥ ২২৪১
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৬৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই