পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জানিলোহো নিষ্ট আসি ভৈলা অসদৃশ।॥ পৰম দুৰ্ঘোৰ আকাশ ছানিয়া থিৰ আৰ নোহে চিত। আৱৰ দেখিলো পবিল চন্দ্ৰ ভূমিত॥ ২২২০ বিনা মেঘে আসি আমাৰ পিতৃৰ ৰাহুৱে গ্ৰাসিল সূৰ। থিৰ নুহি কায়া যেন ভূমি ভৈলা চূৰ॥ দেখি গাৰ পোৰে কবিয়া আক্ৰান্তি ৰক্ত বস্ত্ৰ আনি দিল। আবে৷ এক স্বপ্ন দক্ষিণক লাগি নিল॥ ২২২১ পিতৃ দশবথ কোনবা অনিষ্ট থেপেকাই বসিলা স্বপ্ন দেখি মোৰ দেখিলে৷ আওৰ বুব দিল| তৈল কুণ্ডে। দেখিলো সম্পূৰ্ণ পিঙ্গল বৰণী সাগৰ শুকাইল তৈল দিলা গাৱে গুণ্ডে॥ ইসব স্বপ্নৰ লয় মোৰ মন নিৰ্ঘাত পৰিয়া শৰীৰ দেখিলো গাৰে ক'লা বস্ত্ৰ লই। কহয় বাপৰ কাল। নেদেখোহে৷ ভাল মাটিত ঘসাইয়া নজানো তথাত উপবক গোড়ে অযোধ্যাকাণ্ড আতিশয় যান্তি মালা মাথে তুলি দিল। দেখিলোহে৷ মই গৈ॥ ২২২২ আলিঙ্গি আসি ধৰিল। লোহাৰ খাটত বাতুল পুষ্পব মিলিয়াছে অথন্তৰ॥ নাৰী একজনী তেজিলন্ত মহীপাল॥ ২২২৩ ফলে নিৰন্তৰ নোহেব৷ জীৱন আসিলে৷ তেজি নগৰ। ভৈল বহুকাল কোনবা বিঘাত মনে অনুমানি কৈলা কৈকেয়ীৰ হুত। সেহি সময়ত ৰাজাক প্ৰণামি আহি অযোধ্যাৰ দূত॥ ২২২৪ ভৰতৰ দুই পাৰ। চলা এতিক্ষণ জাণ্টে চালিয়োক গাৱ। নবাধিবা বাক ৰাজাব লোৱা সন্দেশ। হেন শুনি পাছে দশৰথ নিজ শুনিয়ে৷ দূত সকল। আমি দেখো তাক কবাইয়ো আগে প্ৰবেশ॥ ২২২৫ ভৰতে বোলন্ত পৰম শ্ৰীমন্ত কহিয়ো বাৰ্ত্তা কুশল॥ ৰামৰ পাছত প্ৰকৃতি সুন্দব ৰাম পিতৃ সম ভাই। কহিয়োক সদভাৱ। আতি মহা শান্ত বাপব শুভগা পাছে নমিলেক স্বামী সেৱা কবি স্বপ্নৰ কাহিনী চাৰি কোটি ধন কৌশল্যায়ে বৰ আ'ই॥ ২২২৬ সুমিত্ৰায়ে শত নাৰ। হেন শুনি দূতে প্ৰচণ্ড যাৰ স্বভাৱ। সকলে কুশল নগৰ পশিল ভালে কি আছন্ত পিতৃৰ আমাৰ শুনা ৰামায়ণ বচন বোলয় কহিলন্ত ধৈৰ্য্য ধৰি। ভালে কি আছন্ত ৰামক মনত ধৰি। মোক হুমবন্ত আমাৰ কৈকেয়ী মাৰ॥ ২২২৭ বাৰ্ত্তা লক্ষাণৰ ভালে কি আছন্ত কলহত প্ৰিয় ৫৫ চলা তুমি জাণ্ট কৰি॥ শোকক তম্ভায়া ৰাজাৰ আদেশ সভাসদগণ