(o শব্দ ভেদি ময় লুকি দিলোহো তথাত। শব্দ লক্ষি পশু মাৰিলোহো অসংখ্যাত॥ কত বেলি আছে৷ যেবে ধনুশৰ ধৰি। জলকুম্ভ ভবান্তে বাজিল খটাং কৰি॥ ২১৫২ মই বোলো হস্তী গোটে জলপান কবে। গজন্তে আছয় মুখত জল ধৰে॥ যাৱে আহি নতু উঠে সবধূৰ ঘাট। এই বুলি শীঘ্ৰে হানিলোহে৷ শবপাট॥ ২১৫৩ হা মাৰিলোহে৷ বুলি দিলেক আটাস। কোন হেনমতে মোব চিন্তিলে বিনাশ॥ কাবো মন্দ নিচিন্তিলো ঋষিব তনয়। অন্ধ মাৱ বাপ দুইৰো শোকক জ্বালয়॥ ২১৫৪ মইতো জানো কাবো নতো চিন্তা অপকাৰ। কোনেনো পাপিষ্ঠে কৈল হৃদয়ে প্ৰহাৰ॥ অন্ধ মাৰ বাপ মোৰ দুইবো মই লাঠি। তিনিকো মাবিল কোনে এহি শিবকাঠি॥ ২১৫৫ হেন শুনি মোব বব জন্মিল তবাস। ধীৰে ধীৰে গৈয়া তাব চাপিলোহে৷ পাশ॥ ভয়ে গাৱ কাম্পয় লাগিল ধসমসি। ৰাহুব আগত যেন পূৰ্ণিমাব শশী॥ ২১৫৬ হৃদয়ত শব দেখা ঋষিৰ কুমাব। সৰ্ব্বাঙ্গ পানীত আছে তটে জটাভাব। জাজ্জ্বল্য সমান কবি কটাক্ষ নয়নে। মোক চাই বুলিলেক নিষ্ঠুব বচনে॥ ২১৫৭ হা ওৰে পাপিষ্ঠ নন্ট কি কৰিলো তোেক। কিকাৰণে শৰে হানি মাবিলিহি মোক॥ অন্ধ মাৰ বাপব জ্বলাইলি কেনে শোক। বাপৰ শাপত আজি যাইবি যমলোক॥ ২১৫৮ আমাৰ বাপৰ শাপ প্ৰচণ্ড অগনি। শুকান বনক যেন দহিবেক ছানি। ৰামায়ণ এৰাইতে পাৰস যদি বিনয় ভাৰত। আমাৰ বাৰ্ত্তাক কহি ধৰ চৰণত॥ ২১৫৯ ব্ৰহ্মবধ ভৈল তাক নজানিবি তই। ব্ৰহ্মঋযি জানিল শূদ্ৰাৰ পুত্ৰ মই॥ হৃদয়ৰ কাঢ় শৰ প্ৰাণক হুজাও। সবযূ জলত মৰি স্বৰ্গে চলি যাও॥ ২১৬০ হেন শুনি তাব মই খসাইলোহো বাণ। কতোক্ষণে ঋষিব পুত্ৰব গৈল প্ৰাণ॥ প্ৰাণ বায়ু তেজি মৰি গগনক ধাইল। তাক দেখি বৰ আমি দুখশোক পাইলো। ২১৬১ শুন বোলে৷ কৌশল্য৷ প্ৰাণৰ পটেশ্বৰী। ঋঋষি পাশে গৈলে৷ কান্ধে জল ঘট ধৰি॥ মনে মনে গুণো আজি ভৈলোহে৷ নিৰ্য্যাণ। ঋষিৰ শাপত মোব ছাবিবেক প্ৰাণ॥ ২১৬২ পথ চাহি আছে দুয়ো নেদেখয় আখি। বৃদ্ধ চাতকব যেন ছেদিলোহো পাখি | ধীৰে ধীৰে গৈয়া মই চাপিলোহে৷ কোল। পুত্ৰ বুলি দুইহান্তব উছলিল ৰোল॥ ২১৬৩ তোহোক নেদেখি দুইৰে৷ প্ৰাণ যায় ফুটি৷ বিলম্ব কৰিলি কিয় অন্ধৰ লাখুটি। আন খন চিবকাল নকবিধি বাপে। প্ৰাণক তেজিলো হয় তোহোৰ সন্তাপে॥ ২১৬৪ হেন শুনি আগত জবিলো জোবহাত। ক্ষেত্ৰিজাতি মই গোসাই জনাইলো তোমাত॥ ঋষি পুত্ৰ নহো মই অজ মোৰ বাপ। সূৰ্য্য কুলে কলঙ্কিত দশৰথ পাপ॥ ২১৬৫ সূৰ্য্যৰ কুলত মই ভৈলো পাপ বোগ। অপৰাধ কবিলো দেখিতে নোহে যোগ॥ বংশনাশ কৰিলো চিন্তিয়ো প্ৰতিকাৰ। চণ্ডশাপ দিয়ো যেন হওঁ ছাৰ খাৰ॥ ২১৬৬
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৫৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই