পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামায়ণ কিনো হিয়াখন তোৰ বজ্ৰেমে গঢ়িল। ৰামক এবিতে কেনে মনত ফলিল॥ ২১০০ জানিলোহে৷ ইটে৷ ভবতব ভাবি খাইলে। ছলে নিয়৷ ৰামক বনত এবি আইলে॥ নগৰৰ বাজ কবি খেদাও ইহাক। মাৰ ধৰ বুলিয়া গালিৰ দেই জাক॥ ২১০১ কৰে হুলস্থুল বহু ক্ৰন্দনব বোল। অন্তসপুৰত গৈয়৷ সঞ্চাৰিল ৰোল॥ নিবন্তবে যতেক বাজাব মহাদই। ধৌলিৱৰ শিখৰত চড়িলন্ত গই॥ ২১০২ হা বান আনাক অনাথ কবি গৈলি। দুখ নদী কৈকেয়ী তবিয়৷ বাজ ভৈলি॥ সুহৃদত তোহোৰ গুচিন অনুৰাগ। আমি ভৈলে। কৈকেয়াব অষ্টমীব ছাগ॥ ২১০৩ আমি আপুতীব আলাব লাঠি ওই। জল শূন্য তক যেন মবিবোহে৷ জঁই। কৈক গৈলি বায়ু তই আমাক বিছুই। আমাক নাবয় থুবি তোৰ শোক জুই॥ ২১০৪ পাছে হুমশ্ৰত সবে স্থবিলন্ত কথা। কহিল। হুমন্ত্ৰ সবে বনব ব্যৱস্থা॥ নাৰীগণ পবাভৱ শুনন্তে আশেষ। ৪৬ ৰাম সীতা লক্ষ্মণব শোকে দেহা দহে। নেত্ৰব লোতক দুইবো অবিছেদে বহে॥ সুনদ্ৰ বেলিন্ত গুহ কবো কোন কাম। দশৰণে দিলন্ত ভেজিল৷ মোক ৰাম॥ ২০৯৩ ৰণ লৈয়৷ অযোধ্যাক যাইবো কেনমতে। এভো বনে গৈয়া থাকো বামৰ লগতে॥ পাছে গুহে হুমন্ত্ৰক বুলিল৷ বচন। তেজিয়া সন্তাপ মন্ত্ৰী পিব কব৷ মন॥ ২০৯৪ আপুনি বুজায়া বামে তেজিলে তোমাক। তান আজ্ঞা শিবে লৈয়া চল| অযোধ্যাক॥ অনেক যুতি গুহে মন্ত্ৰীক বুজাইল। বাম শোকে পোবা দেহা কিঞ্চিত জুবাইল॥২০৯৫ গুহক সম্বুধি মন্ত্ৰী বথে চবিলন্ত। মনত অহুখে অযোধ্যাক লবিলন্ত॥ ৰামক তেজিয়৷ মন্ত্ৰী নিবৰ্ত্তিয়া আইল। গোধূলিৰ সময়ে অনোধ্যাপুব পাইল॥ ২০৯৬ মন্ত্ৰী বোলে মনন আসজ ভৈল কাজ। বাম শোকে দগধ ভৈলন্ত মহাবাজ নগবত দেখো প্ৰজাগণ আতি দীন। দিবসব তবা যেন দীপিতি বিহীন॥ ২০৯৭ শূন্য যেন দেখে৷ প্ৰজা নিশবদ ভৈল। কমল সঙ্কোচ নেন সূৰ্য্য অস্ত গৈল॥ কুমুদ মলিন যেন দিব্য সবোধৰে। হৰিয নকৰে প্ৰজা অযোধ্যা নগৰে। ২০৯৮ কুন্দকখে নাৰীগণে মন্ত্ৰীক চাহাৱে৷ বেঢ়াৰ উপবে কতে৷ গম্বুবা বঢ়াৱে। শূন্য ৰথ দেখি সবে কান্দিবাক লৈলা। হা বাম লখাই সীতা এবি কৈক গৈলা॥ ২০৯৯ নিৰন্তৰে বেঢ়িয়৷ মন্ত্ৰীক পাৰে গালি। এৰি আইলি বামক চণ্ডাল পাপশালী॥ কান্দন্তে হুমন্ত্ৰ সাত বেবন্ধ প্ৰবেশ॥ ২১০৫ ছটফট কবে বাজা বসি আসনত। অসুখ অশান্তি হহু নাহিকে মনত || ‡ত ৰথ দেখি ভৈলা বিয়াকুল চিত। আসনৰ হন্তে শোকে পৰিল৷ ভূমিত॥ ২১০৬ কৌশল্যা সুমিত্ৰা দুয়ো ৰাজ পটেশ্বৰী। ক্ৰন্দন কৰন্তে হাতে তুলিনন্ত ধবি॥ উঠা উঠা প্ৰভু তুমি চিন্তা তেজিয়োক। ৰাম সীতা লক্ষাণৰ বাৰ্ত্তা পুছিয়োক॥ ২১০৭