82 লক্ষ্মণে বোলন্ত গুচিল তোমাৰ ছলি। কৈকেয়ীৰ হিত বনক পঠাইলা বুলি॥ লোক পতিয়ান সাত পুৰুষৰ হবিষে কৈকেয়ীক চাহা। তুমি হেন বাজা দেশে দেশে খ্যাতি কান্ধত কৰি বুলাহা॥ ২০৩৯ সকলে লোকক বৰ ইটো ধৰ্ম্ম পাইলা। মৰিবাৰ কালে ৰামক বনে পঠাইলা॥ লক্ষ্মণক বাধি লক্ষ্মণৰ বোল তেখনে তেজিব কৈল৷ কৈকেয়ীক সাৰ। শোক দুখ এবি মন্ত্ৰী শুনা পৰিমাণ। হৰিষে অযোধ্যা আমাব কুশল ধৰ্ম্ম নষ্ট আপোনাৰ॥ ২০৪০ চিন্তিয়৷ আমাক গুহ নৃপতিক মাথে জটা ধবি বাপক বুলিবি তোমাৰ গোসানী আজ্ঞা শিবে ধৰি আনি দিলা বৰ বিষাদ এৰিয়া জটা নিৰ্ম্মি শিৰে থাকিল তোমাৰ আঠ আন এতিক্ষণ। পাৰ হৈতে লৈলা গঙ্গাতাৰ চাহি অসাৰ দেখিলা স্ত্ৰীবশ হৈয়৷ নৃপতিক ভালে চাহা || ২০৪১ দুভায়ে চলিবো বন। ৰামায়ণ বাজাক জানাইলে প্ৰাণ॥ কামবশ্য হুয়া বামে বুলিলন্ত যাহা। মবে বাৰ্ত্ত৷ কহি আছয় বিকল ভাৱে। কিছু নুবুলিবি আঠ। বামে বুলিলন্ত তাপমৰ বেশে তেতিক্ষণে গুহে দুভায়ে গঙ্গাব বাট॥ ২০৪২ গুহয়ে হুমন্ত্ৰে সীতাৰ হাতত ৰামে চড়িলন্ত নাৱে। ৰাম সীতা লখাই নয়নে লোতক বহে। দুইহাঙ্কো সম্বুধি পৰম অমৃত শৰীৰ কাবো নসহে॥ ২০৪৩ শুনা সমাজিক যত। অসাৰ সংসাৰ ধৰিলা লক্ষ্মণে ৰামৰ ভকতি ৰামে চলি গৈল। কৰিয়ো বতি বামত। থিৰ মন কবি গুহ সুমন্ত্ৰৰ সমন্তে শাস্ত্ৰ সম্মত। আব আশা এবি ৰামব চবিত্ৰ এহি সে সম্পত্তি বোলা হবি হৰি লাগোক জুই পাগত॥ ২০৪৪ শ্ৰীৰামৰ বনত প্ৰবেশ আৰু ভৰদ্বাজ মুনিব আশ্ৰমত 'আগমন। পদ। মাজ গঙ্গ৷ পাইলা গৈয়া লইয়া নাও বাহি। হাতজোৰে বোলন্ত গঙ্গাক সীতা চাহি। শুনিয়ে! গোসানী তুমি দেৱ নদী গঙ্গে। আমি যিটো বোলো তাক শুনিয়োক সঙ্গে॥ ২০৪৫ প্ৰণামোহে৷ গঙ্গাদেৱী হেব জোবহাত। দশৰথ হুত ৰাম মোৰ প্ৰাণনাথ॥ ৰক্ষা কৰা মাৱ আঙ্ক দুৰ্গতি তবন্ত। বনবাস খাটি আসি ৰাজ্যক কৰন্ত॥ ২০৪৬ লক্ষ্মণকে৷ পালিবাহা আমাৰ দেৱব। মোক ৰক্ষা কৰা সবে তৰোহো দুস্তৰ॥ অযোধ্যাক আসিলে কৰিবো বহুমান। সহস্ৰ তোমাৰ উদ্দেশে ||
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৫০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই