ভাল কাৰ্য্য আৰ মিলি গৈল বিসঙ্গতি॥ ১৯৭৫ বিষাদে মনত মাত নাসে আৰ অযোধ্যাব নিজ নাহা। কিছু স্বস্থ মন মোক আবে লৈয়া যাহা॥ কৌশল্যা দেৱীব পটেশ্বৰী সব মন্ত্ৰীগণে যেবে পাইলা। ৰামৰ উত্তম পশিলা নিজ পুৰত। মলিন পবিল প্ৰবেশ নিয়৷ কৰাইলা ১৯৭৬ সহিতে নৃপতি সৰ্পব যেন গহ্বৰ। কেশবী খেদিল দেখিল৷ কতো দূৰত। পাছে শোকে দুখে নেদেখোহে৷ প্ৰভু হা বাম বুলি হৰি হৰি ৰাম শয্যাত এবিলা গাৰ। কিনো তোব চিত যেহেন থিবি কন্দব॥ ১৯৭৭ বুলিলন্ত পাছে থানে কৌশল্যাব পূৰ্ব্ব জন্মে হৈবে কৰায়া আছে। তাৰ ফলে ঘোব কান্দে দিয়৷ দীৰ্ঘৰাৱ। নিদাৰুণ পুত্ৰ প্ৰাণেশ্বৰী মোৰ তোহোৰ গৰ্ভত বাজাৰ বচন অযোধ্যাকাণ্ড ঠাৰত বাজাক ওৱাবিক ৰাজা এৰি কৈক লাগি গৈলা। গৰুড়ে এবিল কুঞ্জবে তেজিল কৌশল্যা সহিতে লাগি উতপতি ভৈলা॥ ১৯৭৮ গাৰত চাপিয়া ধৰ। বাহু দুই তুলি মোক শোক দিয়া মোহোক বৰ্ধিত বিয়োগ। মই পিতা পুত্ৰে মিলিল মোহোৰ শোক॥ শুনিয়ো কৌশল্য৷ ভৈল উতপতি ৰাম মোৰ পুত্ৰবৰ॥ ১৯৭৯ I আৰ নেদেখিবো মোহোব কুল নন্দন। মহা বীৰবৰ গজৰ যেন গমন | পৰম নিৰ্ম্মল সমান শোভে বদন। হুৱলি বলিত আতি সুশোভন বাহু প্ৰিয় দৰ্শন॥ ১৯৮-০ বিধিব বিঘাতে কোমল তুলিত মোব যেবে বনে গৈল। পুত্ৰ অনাৰ্থিতি ভৈল। তৃণৰ শন্যাত অল্প বয়সৰ শুতি উত্তপাত কৰে। তেজি গৃহ যুগ গৈল কৈক লাগি শৰীৰক ছানি শুতিয়া সাক্ষাৎ এবে কেনে প্ৰাণ ধৰে॥ ১৯৮১ সুখীয়৷ কুমৰ বাজাৰ ভোগ উচিত। শোকে সৰ্ববক্ষণ ভুঞ্জিবেক নিতে নিত। নিদ্ৰাক নপাইলা শিশু তিনি জন দহে দুইকে৷ নিৰন্তৰ। বামৰ শোকত আমি হেন নাথে শুনিয়োক লোক আজানুলম্বিত নেত কামলিত শৰীৰ সুন্দৰ নীল উতপল মহা লাভ জানি যেন শোষে সৰোবৰ॥ ১৯৮২ বাজ৷ তাৰু পটেশ্বৰী। ঘোৰ কলিকাল পুত্ৰ শোক বহ্ণি বনবাস দুখ ববিৰ কিবণে বিষাদে থাকিলা অযোধ্যা সিটে। নগৰী॥ ইটো কথা এতিমানে। ৰামত বিনে ভকতি। ভৈল নিশবদ 09 সংক্ষেপে আছোক . শুনিয়োক বিমানে॥ ১৯৮৩ ৰাঘব কাহিনী নাহি হাত ভাল
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৪৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই