38 ৰামায়ণ বাম সীতা লক্ষ্মণ ৰাজাক নমিলন্ত। পুণ্ডু পুনু পাৱে ধৰি ধূলিক লৈলন্ত॥ ১৯৫৩ বন্দিলন্ত পাচত কৌশল্যা দেবী মাৰ। অনন্তবে নমিলন্ত সুমিত্ৰাৰ পাৱ॥ চবণ বন্দিলা লখাই বিনয় স্বভাৱে। বসাইলন্ত কোলাত হুমিত্ৰা নিজ মাৱে॥ ১০৫৪ সাকল জীৱন মোৰ কল্যাণ সাধিলো। কত জন্ম পুণ্যে মই হেন পুত্ৰ পাইলো॥ উদ্ধাৰিলি বংশক সাম্ফল উতপতি। জ্যেষ্ঠ ভাইত ভৈল তোব ইমত ভকতি॥ ১৯৫৫ সীতা তোব মই সম বাম দশৰথ। অবিৰোধে চল বাপ কল্যাণৰ পথ। শুনা বামায়ণ মন সাৱধান কৰি। ভকতিক ইচ্ছা যাব ডাকি বোলা হৰি॥ ১৯৫৬ ১৯৪৮ আঙ্ক পৰাভৰে পশে হৰত শৰণে। পাতি মলছিল তাৰ নমৰ কৰণে॥ মোৰ লগে শোভন লক্ষাণ বীবৰ। ৰবিতলে নাহিকে আমাক সমসৰ॥ ১৯৪৬ একে আবে৷ অগ্নি মই লক্ষণ পৱন। বিপু অবণ্যক কবিবোহো পুবি চন৷ কৌশল্যা মঠক ধবি হানিলন্ত দিয়ে। চাপিয়া ধৰিল৷ গৈয়৷ লক্ষ্মণব গ্ৰীৰে। ১৯৪৭ শুন শুন বাথু মোৰ লক্ষাণ কুমাৰ। সীতাক ৰাখিব৷ ভালে বনব ভিতব। লক্ষ্মণে বুলিলা বাণী যোবহাত কবি। চিন্তা তেজিয়োক শোক মন্যু পৰিহৰি॥ সীতাৰ নিমিত্তে গাৱ নকৰিবা ভয়। ধনু ধৰি বাখিবোহে৷ লক্ষ্মণ দুৰ্জ্জয়॥ অশ্বিনীকুমাবে৷ মোক লুহিৰন্ত সম। হাতে ধনুশব ধবি জিনিবোহে৷ নন। ১৯৪৯ কাল বিকালক জিনি কীৰ্ত্তি বৰ থৈবো। মহেশব হাতব ত্ৰিশূল কাঢ়ি লৈবো॥ একেশ্বৰে জিনিবো সকলে দেৱাহুৰ। মুঠিতে কবিবো বাসৱৰ বজ্ৰ চূব॥ ১৯৫০ হাতে ধৰি ছিণ্ডিবোহো বৰুণৰ পাশ। গদা ভাঙ্গি কুবেৰক কবিবে৷ উদাস॥ শ্ৰীৰামে বোলন্ত মাৱ তেজিয়োক তাপ। আশ্বাসিয়ে| ভালে মোৰ দশৰথ বাপ॥ ১৯৫১ ভক্তিভাবে তুষিয়ে৷ শঙ্কৰ দেৱ হৰি। সত্ত্বৰে আসিবে৷ মই বনবাস তৰি॥ সুবিনয় সুৰূপ পুত্ৰব শুনি বোল। স্ত্ৰীসব মাজে ভৈল ক্ৰন্দনৰ বোল॥ ১৯৫২, ক্ৰৌঞ্চ সমূহে যেন নাদয় আকাশে। ক্ৰন্দনৰ ঊম্মি দশৰথৰ আবাসে। 1 শ্ৰীৰাম আদিৰ বন,মন। তুলড়ী অনন্তৰে ৰাম চড়িলন্ত ৰঙ্গে গই। পাচত লক্ষ্মণ চৈধ্য বৰ্ষিক হাতে ধনুশৰ লই॥ পেটাৰিত ভৰি সীতা একে ৰথে বস্ত্ৰ অলঙ্কাৰ লৈয়া। সমস্তে প্ৰজাৰ চড়িলা হৰিষে ওৱাৰি জনৰ লাগিয়া সীতাৰ সুমন্ত্ৰ চড়িলা গৈয়া॥ ১৯৫৭ সিংহ দুৱাৰক লৈয়া ঝাণ্ট কৰি চড়িলা থান তেজিয়া। তিনি ৰত্নসাৰ গাৱত সাক্ষাতে অগনি কুণ্ড জ্বালিয়া॥ এৰি অনন্তৰে পাইলা গৈয়া ৰাজপথ।
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৪২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই