১২ ফলে। পূৰ্ণ ঘট পঙ্কতি মুখত ৰঞ্জি সুগন্ধি পূবিত ভৈল সৰযূৰ জলে॥ হুমণ্ডিত সিন্দূৰে সৰ্ব্বাঙ্গে কলেৱৰ। ঐৰাৱত সমসব ৰামৰ কুঞ্জৰ॥ ১৬৪৯ ময়মত্ত গজক মাহুতে আছে জান্তি। আকাশক লাগি যেন কৰয় আক্ৰান্তি॥ ৰথ খান সাজিল বিচিত্ৰ অনুপাম। মাণিকে ৰচিল শুদ্ধ সুৱৰ্ণৰ কাম॥ ১৬৫০ আঠ গোট তুৰঙ্গম ধৱল যুৰিল। দিব্য বিমানেক যেন ভূমিত পৰিল। ওৱাৰিৰ লোকে বৰ আনন্দ কৰন্ত। থানে থানে অনেক মাঙ্গল্য নিম্মিলন্ত॥ ১৬৫১ হেন দেখি সুমন্ত্ৰ আনন্দ কৰি মনে। ৰামৰ সমীপ চাপিলন্ত তেতিক্ষণে॥ সুৱৰ্ণ খাটত ৰাম আছা ৰঙ্গ কৰি। সমীপত সীতা শ্বেত চামবক ধৰি॥ ১৬৫২ ৰামায়ণ মেৰু গিৰি শিখৰত যেন বাহুদেৱ। ধৱল কমল ধৰি লক্ষ্মী কৰে সেৱ॥ ৰূপে ৰতি কামদেৱ দেখি সমসৰ। অলঙ্কাৰে মণ্ডিত দোহানো কলেৱৰ॥ ১৬৫৩ কৃতাঞ্জলি ধৰিয়া সুমন্ত্ৰ মন্ত্ৰীবৰ। নন্দি বন্দিলন্ত যেন পাৰ্ব্বতী শঙ্কৰ॥ সুমন্ত্ৰ বুলিলা পাচে বচন বিশেষ। দশৰথ নৃপতিৰ তোমাক আদেশ॥ ১৬৫৪ বুলিলন্ত যাইবাক কৈকেয়ী শতমাৰ। বথত চড়িয়ো ঝাণ্টে চালিয়োক গাৱ। সুমন্ত্ৰ বচনাম্বতে সহৰিষ মনে। সীতাক সম্বৃধি ৰামে বুলিলা তেক্ষণে॥ ১৬৫৫ শুনা ৰামায়ণ সভাসদ নিৰন্তৰ। শ্ৰৱণতে তৰি সুখে সংসাৰ সাগৰ। পৰম মঙ্গল ৰূপ মাধৱৰ নাম। তাঙ্ক মনে ধৰি ডাকি বোলা ৰাম ৰাম॥ ১৬৫৬ ৰাঘৱে বোলন্ত তোমাত নিশ্চয় কৰিয়া কৌশল্যা মাৱৰ মোক ৰাজ্য দিতে আমি হৈবো যুবৰাজ॥ আমি হেন মনে কৈকেয়ী শত মাৰক। বিলম্ব নকৰি বুলিলন্ত মাৱে জানা প্ৰাণেশ্বৰী আসিছে তান ঠাৱক॥ ১৬৫৭ মোৰ সঙ্গে চলি দুলৰী তাসম্বাক অৰ্চ্চা বোলোহো কাজ। জানিবা নিশ্চয় শুনিয়ো জানকী আবেসে জানিলো ৰামক দিয়োক ৰাজ॥ স্বামীৰ বচন ইঠানৰ কাৰ্য্য সদৃশ দেখোহে। আমি আছে৷ যেতিক্ষণ। এহি বুলি দ্বাৰ ইঠায়ৰ যত কাজ॥ বুজোহে৷ ৰাজাত যত পাত্ৰ মন্ত্ৰীগণ॥ ১৬৫৮ স্বামীক সম্বুধি পুছিতে নৃপতি কাজ। আপোনাৰ নিজ মই যেন নোহো লাজ। বুলিলা হৰিষ মনে। সত্বৰে আনিয়া যুবৰাজ হুয়৷ আসিবেক সবে তোমাতে লাগিল থৈলা জগতৰ মাৰ। কৰিতে জানকী শুনি সীতা দেবী চলিয়ো তুমি এক্ষণে॥ ১৬৫৯ চচ্চিবোহে৷ আমি মানে আগ বঢ়াই আসিলন্ত নিজ ঠাৰ॥ পাচে সীতা সতী বাজ ভৈলা ৰঘুবৰ। ধৱলি ঘৰৰ
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/২০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই