পৃষ্ঠা:অমূল্য ৰত্ন.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৶৹


সামৰণি॥

ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম॥ ৪ বাৰ॥
হৰি ৰাম ৰাম ৰাম॥ ৪ বাৰ॥
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম॥ ৪ বাৰ॥
ৰাম ৰাম ৰাম ৰাম॥ ৪ বাৰ॥

( জয় )

জয় ৰাম। জয় নাৰায়ণ।
জয় কৃষ্ণ। জয় শঙ্কৰ॥
পাঠকে দেখাব ওঁ হৰি।
আন সকলে দেখি কব—ওঁ ৰাম॥
পাঠকে ওঁ ৰাম দেখিব।
আন সকলে ওঁ ৰাম॥

দ্বিতীয় প্ৰসঙ্গ বা ডেৰ পৰীয়া প্ৰসঙ্গ—পুৱাৰ গীত এটি:—

নান্দী ঘোষা।

কৃষ্ণ ৰাম, কৃষ্ণ ৰাম, কৃষ্ণ ৰাম, কৃষ্ণ ৰাম,।
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম॥ 8 বাৰ॥

কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম

অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ॥ ৪ বাৰ॥

নাম ছন্দ

নাম ছন্দৰ চাৰিটা ঘোষা। তাৰ পাচত কীৰ্ত্তন গাব। তাৰ পাছত সামৰণি ওপৰত লিখাৰ দৰে ওঁ, জয় দিয়াও একে। পিচত ভাগৱত পাঠ কৰিব। ভাগৱত শেষ কৰি জয় সামৰণি কৰিব॥
আবেলিৰ প্ৰসঙ্গ :— বৰ গীত ১টা গাব॥ ঘোষা ছন্দ ৪টা ঘোষা গাব॥ কীৰ্ত্তন এটা গাব॥ ডাকা আৰু সামৰণি প্ৰণালী একেই॥
ভাগৱত পাঠ বা উপদেশ গাই সামৰণি কৰি॥ জয় ওঁ একে।