পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৫)

আপুনিয়েই যত জনর্থৰ- মূল ।. আপোনাৰপৰাই আমাৰ ইমান দুৰ্দ্দগ| হৈছে ।

ন্ীকৃষ্ণ-দাঁদ। ৷ গুহ-কন্দল ভাল নহয়। আপুনি ধৰ্ম্ম- ৰাচক আৰু তিৰস্কাৰ নকৰিব’। মোৰ কথা৷ শুনক । কালি সখি অং্জুনৰ লগত ‘ সংসপ্তুক সেনাৰ ঘোব যুদ্ধ হব | সেই কাৰণে কালি ধৰ্ম্মৰা৷জ্ক ৰনম্গাৰ ভাৰ আপোনাৰ গাত

খাকিল।

ভীম-- ধৰ্ম্মবাজ ১ খঙ্গত আপোনাক বহুত কুবচন বুলিলে, দাস বুলি ক্ষম! কৰক । । যুধিষ্ঠিৰ -- প্রিয় বুকোদৰ ! তোমাৰ কথাত মোৰ অলপে। খং উঠ| নাই; কাৰণ তোমাৰ কথা সম্পূৰ্ণ সচ৷ । সম্পতি

আকুষ্ণ আৰু অৰ্জুনে কি কয় শুন| ৷

অজ্জুন- দাদ| ! 1 মই দ্ৰোণাচাৰ্যয আকু দহুধ্যোধনৰ মন্তণ|

| ভালকৈ জানে| ৷ কালি নাৰায়ণী সেনাৰ যুক্ধত মই ব্যস্ত

থাকিম ৷ মোৰ অনুপস্থিতিত যেন ধন্ম'ৰাজৰ একে৷ অনিষ্ট নহয়, তালৈ চকু ৰাখিব ৷ নকুল--সহ্দেব ! আহ|; আমি যাওঁ; ৰাতি হইল ৷

৷ কালি ৰাতিপুৱ৷ সোনকালে যুদ্ধৰ আয়োজন কৰিব লাগিব ৷