পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৪৪)

স্বুমথিৰ৷--[ জোপ| এটালৈ আঙ্গুনিয়াই ] দেউ ! দেউ ! “সেইটি কি? অ, আই, দাত কেইটা কেনে পাক খোৱা| ! ভূত ও ভূত! পিশাচ! মৰিলে আজি! দেউ! দেউ! ধ্ৰ৷ ! ধৰ| ৷

টকৰু---অ আই মৰিলে|! বোপাইহঁত কোন ক’ত ‘আহু ও! বেগাই আহ৷ | ভিৰাই ধৰি পিচলৈ লৰ মাৰে ]

স্ুুমথিৰ৷--তিৰোতাই কৰিব নোৱাৰে এনে কাম নাই। বিটলিয়াৰ কি সাইধ মোৰ “‘মতলপ” বুজিব! হওক তেও, পৰমেশ্বৰৰ অনুগ্ৰহত মোৰ আশা সফল হোৱাৰ আগন্তক হুল ৷ ছাউনী গালে দিয়েই । যাওঁ, এতিয়া কৌৱৰক উষাৰ

বাতৰি দিওঁ গৈ ৷ [ প্ৰস্থান ]

দ্বিতাঁয় গভান্ধ ৷ জ্ততুৰ্ৰাবৰ শোক”-=ল । খাঁন্বাজ--একত।লী৷ তোমাক এৰি কেনেকৈ থাকিয় (এ ) প্রাণনাথ । তব মুখ চন্দ্ৰ বিনে, শণা গেৰ্গ্ন ত্ৰিভূবন, শুন্য এই নাৰী হিয়| ৷ প্ৰাণধন অবিহনে | “শোক জুইয়ে মাৰে পুৰি, প্রাণ মেৰ যায় উৰি, ‘দেখ| দিয়| প্রাণ ৰাখ, কাকতি কৰে| চৰণে ৷৷