পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৪৩)

স্ন্মথিৰ৷--[ খোজচেবেক গৈ] ৰবাহে বাপু! মোৰে| দেখে|ঁ মনত ভয় লাগিছে । গাণ এটাকে গোৱ| নহয় ॥ _ তাৰে সাহতে খোজচেৰেক ‘বাওঁ ৷ পিনু---খেম্‌ট| টকৰু--খোপাত মালতী চাকি কিয়নে| পিন্ধিল| । মিচিকি মিচিকি হঁঁহি মন মোৰ হৰি নিল| ॥ গোলাপী আতৰে, লঙ্কে জাঁইফলে, তাঁমোল খাই ঠোট চুটি ৰাঙ্গলী কৰিল| | ঠেও ধৰ| কথা, শুনিবলৈ মিঠা, চকুৰে ঠাৰ মাৰি পগল| কৰিল| ॥ স্ন্মথিৰা--দেউ ! ৰাগিণী অলপ ঢিলাকৈ টানিব| ৷ ধোবাপটিৰ ওচৰ পাইছে।হি। পিচে লাভৰ ভিতৰত কাপো ৰৰ মোট কঢ়িয়াব লাগিব | টকৰু--এঃ, যোৱাহে | তুমি কেৱল ভূত ভূতকৈ- থাক| । আস্তিক গুৰু, গৰুন্দ, গৰুন্দ । ক্ষ্মথিৰা--কিয় ! অথনি ভূত-জব৷ মন্ত্ৰ গাইছিল| নহয় !_ তাকে গাই দিলে ভূত শীতৰি নাযধাব জানে| ? টকৰু--[ঠক্‌ ঠক্‌কৈ কঁপি] এ, মোৰে শপত জীউটি < মনে মনে থাকা | ক্্মথিৰ|--মনে মনে থাকিলে যে মোৰ ভয় লাগে। টকক--সেই দেখিহে মই মানিকীকো আগিব খৃঞ্জি- ছিলে৷ । বোলে৷ তিনটা হলে একো চিন্ত৷ নাই ৷