পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৪২]

গণেশায় অমে| নমঃ” । আহিব; পিচে পিঠাগুৰিৰ পবাহে মৰণ হল| পেট গুকাই মৰিব লাগিব|

স্বুমথিৰ৷--ভূত-জবা মন্ত্ৰ নাগাবাহে বাপু ! এইখন জাৰণি সুদা নহয় );

টকক---[ ভয়ত সে৷তমোত খাই স্কুমথিৰাৰ আঁচলত ধৰে ]

সুমথিৰ৷--কনকনাই খোজ ৱলৈছ| দেখে| । ওপৰতে

পৰিছ| কিয়হে ? পেলাই মাৰিব খুজিছানে কি? [পিচ- লৈ চাই ] বিহাখনত ধৰিছ| কেলেই ?

টকক--নহয়, মই কথণ| এটাহে কব খুজিছিলে"। ৷ বোলে”, সানিকীকো| মাতি লে যাওঁনে কি?

স্ন্মথিৰ৷--কিয় তোমাৰ জানে৷ ভয় লাগিছে?

টকৰু--ইঃ! তুমি লগত থাকোতে আকৌ <=}? ৰাতিৰ ভিতৰতে কোনোৰাখন ধুপুৰি মাৰি আহিবগে পাৰে৷ ৷

স্নৃমথিৰ|--অ, বুজিছে| | তুমি মানিকীক এৰি যাব নোৱাৰা | আমাক জীয়াতু দিবলৈ; বাৰু বুজাগল তোমাৰ মন ৷ ! ঠিয় নিয়ে ] ৰ }

টক্‌ক- ৰ’ল| দেখে ৷

স্নুমথিৰা--এৰ| ; তুমি মানিকাৰে সৈতে যোৱাগৈ ৷ আম[কনে। কেলেই ?

টকৰু--মোৰে শপত বল৷ । নিনিওঁ মানিকীক | ধেম|-

লিহে কৰিছিলে ৷

ডু ==দ_<গম়ননরস=======<=এৰিৱন ড় = বসে ৬০ বভা্ভভআভ- ভক শহআআআভ=====--= === === লীী্ীনসশীটতটটউীট॥“ু_কিি----"=====সসসসুবাঁশাবদনাদমস্ = সাসলস=======ডসমন====এ==ূমঁূুাু্ৰতাীন্নননলললিু্্ুন্ইদ-দ---4---===