৪১]
‘কথ|-বতৰাবোৰ এতিয়াই ঠিক কৰি লোৱা ভাল ৷ - পিছে আমাৰ জাত কুল মাৰি এফলীয়া কৰিব নোৰাৰ| ৷ তৃমি ‘হওঁতে উত্তম কুলৰ পুৰুষ। জানোচা জন-সমাঁজৰ গৰিহণাৰ ভয়ত কেনেবাকৈ অনাথিনী কৰ| ৷
টকৰু--এঃ ৰাম ! ৰাম ! এনে কথা৷ কোৱানে ? কিহৰ লাজ ? বামুণে চাৰিও বৰ্ণৰ তিৰোত| সামৰিবৰ বিধি আছে।
স্ব্মথিৰ|---পাচে তুমি খোজ ঢিলাকৈ দিছা কিয় ?
টকৰু-_ইঃ ৰাম! ৰাম ! বৰ কথাটো৷ হল । ভালেহে মনত কিবাটে| এৰিলে কিবাটে৷ এৰিলে যেন লাঁগি আহিছে ৷ খন্তেক ৰব| দেই; মই পাকতে লৈ আহগৈ ।
স্ব্মথিৰ|-- বনৰ মাজিত এৰি যোৱ| ফাকটিটে| পাতি- লানে ? কিনে| ডাঙ্গৰ বস্তুটো এৰি জাঁহিল| ?
টকৰু--মোৰ সেই পুথিখন আকু পিঠাগুৰিগ'ল ৷
স্ব্মথিব৷--তোমাৰ নিচিন| বামুণকনে৷ আকৌ) পুথি লাগিছেনে ? চেমনধন পুথিৰ কথ৷ কৈছানে কি ?
টকৰু--নহয়, ,কিব| বোলেনে সেই গ| ধোৱা পুথিখন ।
স্ম্মথিব৷--থোৱঁ৷ তোমাৰ পিঠাগুৰি আৰু গ৷ ধোৱা পুথি ৷ বেগাই খোজ লোৱ| । নহলে “পাঁহাৰাওয়ালাৰ” স্থাতত হুইৰে| নাক কাণ যাব আজি |
টকৰু পুথিৰ বাক উপায় পাইছে৷ ৷ মনতে আছে; পাছে পৰে লিখি ললেও হব ৷ চাওচোন বাৰু এবাৰ আও- ৰাঁই ; মনত আছে নে নাই | ‘ওঁ মমে| বিষ্ণু, নমে| ৰূদ্ৰ,