পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৪০]

টকৰু--মোৰে শপত, সঁচানে? স্ৰমথিৰ|--সঁচ| । _

টকৰু--তেন্তে একে| কথা নাই । কিন্তু ৰাতিতে নগৈ

এঠাইত লুকাই থাকি কালি পুৱ৷ গলে নহয়, জানে৷ ? স্ন মথিৰ৷--ভাল কথ! কৈছ৷ ৷ ৰঙ্গ| পাগুৰি পকাই ফুৰিবই লাগিছে | পাছে যদি দুইক্লো। ‘পাকুৰি’ লয় তেন্তে

নাক মে যাবই, জাতি লৈও টান|-টানি হব ৷

  • টকৰু-_তেন্তে (মোৰ কাপোৰ-কানি দুডোখৰ বান্ধি লওঁ?

স্নুমথিৰ৷--এব|, সোনকালে ওলাবহে লাগে । তেহেলৈ ৰামুণেই মৰক ব| লগুণেই ছিগক আজি বাতিৰ ভিতৰতে ইয়াবপৰ৷ আতৰিবই লাগে ! |

টকৰক--তেজ্তে, বল্। । [ দুইৰো প্রস্থান ]

'ভ্রক্ভীন্ম অলদ্ত 1 প্ৰথম গভাঙ্ক | হৃা|লয়লি লশ্ৰাভ ।

স্ম্মণিব| আৰু টককু |

স্্মথিৰ|--শুনিছানে দেউ ৷ আমি কিবা বোলেনে অৰল| জাতি; ৷ যেয়ে সেয়ে আম৷ক সহজে চলে । সেই দেখি ,