পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৯].

স্ন্মথিৰ| --এইটে| বামুণ নে ৰাহই্ক্‌স ? খবটে| টিক- নিৰ আগতে বান্ধি লৈ ফুৰায় । ভাতত দিয়| কঁঠালৰ গুটিৰে ভাত খীজেহে খাঁজে । পাচে তুমি খাবা | আমি হবল| ইয়াতে কুকুৰৰ দৰে চাই থাকিবলৈ আহিছে| ? বাৰু খোৱঁ৷ [ যাবলৈ ধৰে | - টকৰু--ৰবাহে ; খং কৰিছা কেলেই ? বহাচোন খন্তেক ; ইমান বাতি কি কথাৰে আহিল| নোকোৱাকৈ যোৱানে ? [ হাতত ধৰি বহুৱাই ] স্ন্মথিৰ৷--ছিঃ! ভাতখিনি চুৱা গল নহয়? টককৰু--[ হপিনে সিপিনে চাই ] বিশ্বাসত এইখিণি চুৱা নামানিলেল্ড চলে । বিশেষত বামুণৰ আচাৰে শুচি। আজি তোমাৰ চকুজুৰীয়ে বহুত কথ| কবলৈ বিচাৰিছেহে । কোৱাচোন বাৰু, কি কথাৰে আহিল| | স্ন্মথিৰাৰ মুখলৈ চাঃ *""ক ] স্ন্মণিৰা--তুমি বাৰু খোৱা; মই কওঁ। ক-: বলে শকত। শপত নেখালে কবলৈকো টান | ্‌ টকক--এঃ ৰাম ৰাম ! মোকো| ইমান অবিশ্বাস কৰানে ? বাকু তোমাৰ শপত, লখিমিৰ শপত কাকে| নকওঁ । স্নৃমথিৰ|-=-তুমি খাবলৈ এৰি মোৰ মুখলৈ চাই থাকিলে কিন্তু নকওঁ। তুমি খোৱাচোন বাৰু । । [ টকৰুৱে খাবলৈ ধৰে ] পিচে দেশ-কালৰ গতি দেখিছ| নহয় ? সু | সম্পদৰ ঠাইত বিপদ আপদ ভৰিলহি । কাৰে| মনত শান্তি নাই। তাতে বোলে এই দৰে লোকৰ গোলামী কৰি জীৱনটো নিয়াম নে?