পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

|

| ৷

|

[৩৬]

চতুৰ্থ গাৰ্ভাঙ্ক । ভক্ুল্ৰু লাপুল শৰ্ত । টককৰুৱে বহি ভাত খায়৷;

স্নুমগিব|--[ মনে মনে ] আহা! জাঁজি কোমল লতা তেনেই জঁয় পৰি গল! কাৰ পাপত (কোনে শাস্তি পায়! বিধাত| ! ইয়ালৈকে নাৰী-জাতিক লত| বূপে স্মূজন কৰি পুক্চষ, গছত আওজিবলৈ বিহিছিল| ? এই তোমাৰ বিচাৰ! _ এই তোমাৰ বিচাৰ ! হার ! হায়! আজি ভৰফুলায়া গোলাপ পাহি মেন পৰুৱাই কুঢ়ি লেৰেল| পেলালে ! দুধ্য্যোধন ! তুমি এনে নিৰ্দ্দয় ! এনে কুঢ়িল ! তোমাৰ সী জুইয়ে কিমান প্রাণীক দগ্ধ কৰিছে! তোমাৰ পাপৰ পৰাই ৰাজ্যত এই অশ্য:- - প্রজাৰ মনত এই শোক-জুহই । নহয়, এই সময়ত অন উপকাৰ "অৱশ্যে কৰিব লাগে | নহলে ইমান দিন আমাক খুৱাই-বুৱাই মৰম-চেনেহকৈ ৰবখ| অসাৰ্থক ৷ এনে ভাৱে কাম কৰিব লাগিব যেন মূৰৰ গাৰুটিয়েও ভূ নেপায় । ৰাতি'নে৷ অকলৈ ইমান হাবিৰ মাজেদি বাওঁ কেনেকৈ + তাতে জকোৌ তৰোত| মানুহ; খোজে পতি বিপদ ! খোজে পতি ভয়: দেশত এইখন যুদ্ধ-বিত্হ; কত গুপ্তচৰ ভমৰিবই লাগিছে। ৰাতি অকলে যোৰাটে৷ যুক্তি সঙ্গত নহয় । লগত বাৰু নিও কাক ? আজি কালি গাৰ ছায়।টোৰে| বিশ্বাস নাই। [ক্ষম্তেক