পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৩৫]

উত্তৰ|-=-সখি ! মইতে| স্থিৰ চিত্তে থাকিবলৈ মন কৰেঁ৷ কিন্তু মনে নামানে; কেৱল উগুল থুগুল কৰি থাকে ৷ বিশেষত, যেতিয়াৰ পৰ প্রাণনাথ মহাৰাজৰ ওচৰলৈ গৈছে, তেতিয়াৰ পৰ| ত’ত নেদেখি মন বেচিকৈহে ব্যাকুল হৈছে । এই অবস্থাত সেই হুদয়-খন বিনে মন একোতে স্থিৰ নহয়। চোৱ, মোৰ সে৷ হাত আকু সে| চকু কেনেকৈ নাচিছে ৷ সখি! ই ভালৰ চিন নহয়। বিধাতাই মোৰ কপালত কি লিখিছে কব নোৱাৰোঁ৷ । '_ -ভ৬=ল লা!

সহ্নুমথিৰ৷--সখি ! তুমি উতল| নহব| ৷ তোমাৰ দ্বখ দেখিলে মোৰ হিয়া ফাটি যাব খোজে । এবাৰ বাৰু চেফ্ট| কৰিয়েই চাওঁ ; চিত্ৰলেখ| হব পাৰে| নে নোৱাৰে৷ । মই ফিৰি নাহৌমানে ধৈৰ্যা ধৰি থাকা৷ | ৯৮% 8/ আ্র;

উত্তৰা--সখি ! মই -তে|৷মাক বিপদ সাগৰত জাপ ,. দিবলৈ পঠিয়াব নোৱাৰে৷ ৷ তোমাৰ যি ইচ্ছা কৰ| ৷ কিন্তু, তুমি নিশ্চয় জানিব| যে, আন কোনোবাই যদি ইয়াৰ অলপে| উমান পায় তেন্তে হিতে বিপৰীত হব ৷ মোক আৰু নোপোৱ| |*

স্নূমথিৰ৷--বুজিছে| । |[ প্ৰস্থান,]