পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৩৪]

স্রমথিৰাৰ প্রবেশ ।

স্ুমথিৰা--[ মনে মনে ] ইকি { হঠাত এনে অধোবদন কি নিমিত্তে? মনে মনে চিন্তাত ব্যাকুল হৈ বলিয়াৰ দৰে আপোন| আপুনি কথ|-বাৰড| হৈছে ! ইয়াত দেখে আৰু কোনে| নাই। কাৰে সৈতে নে| কথ|৷ হৈছিল? [ ফুটাই ] সখি! তুমি এনে চঞ্চল হৈছ| কিয় ?

উত্তৰ৷--সখি ! তোমাক কি ক’ম ৷ মই যেনে কুস- পোন দেখিছে| তাক মুখতে আনিব নাপায় । সপোন দেখিবৰ পৰাই মই যেন মোত নাই, মোৰ মূৰত যেন সহস্ৰ ধাৰে বজ্রাথাট হৈছে | হিয়াৰ মাজত কিহে হু হু কৰিছে কবই. নোৱাৰে৷ ৷ কোনোমতেই শাল্তন৷ কৰিব পাৰ| নাই । সখি ! মোৰ কপালত মে কি আছে তাক পৰম পিতাইহে জানে৷

স্নুমথিৰ৷--সখি ! (তোমাৰ আকৌ৷ নমল্গল =ি - সম] জিক কেতিয়াব৷ সঁচ| হয়নে ? তেনেইলে তে| একো কথাই নাছিল । স'চা হোৱ| হলে ধিবিলাক মানুহে ,ৰাতি শুই থাকোতে সপোনত লক্ষ টকা পায়, সিইঁতে| লাখপতি হল হেতেন ; আৰু কত মানুহে বাঢ়ে পথে ভিক্ষা কৰি খালে হেতেন | অইনৰ কথাকে নকওঁ, মই এদিন সপোনতে পৰ্বত এটাত উঠি ধুমকৈ পৰিলে।। এতিয়| ভাবি চোৱঁ৷, সি যদি সচ| হয় তেন্তে ইমান দিন মই খোৰ| হৈ পৰি থাকিলে।- হেতেন ; সেই কাঁৰণে কৈছে|, তুমি অনৰ্থক চিন্ত নকৰিব| ৷ সপোন আৰু কচুপাতৰ পানী সমান কথা ৷

ৰণ