পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় গৰ্ভাঙ্ক । পান্ডৱ ছাউনী । শ্ৰীকৃষ্ণ, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ ।

যুধিষ্ঠিৰ--প্ৰভো! আৰু কিমান দিনৰ্‌ মূৰত এই ভাৰত- যুদ্ধ, অন্ত হব? যুদ্ধ আৰম্ভ হবৰেপৰা আমাৰ যিমান দ্্খ কষ্ট আৰু অপমান হৈছে-তাঁক" কৈ অন্ত কৰির নোৱাৰি । জ্ঞাতি-বধ, কুটুম্ব-বধ, ব্ৰাহ্মণৰ ৰক্তপাত, গুৰু শিষ্যৰ যুদ্ধ আৰু গৃহ-কন্দল প্রভৃতিৰ কথ৷ মনত পৰিলে এতিয়াই যুদ্ধ এৰি বনলৈ যাবব মন যায়। সোণৰ বাজ্য ছাৰখাৰ হল ! ঘৰ-দুৱাৰ, আলি-পদ্লি, ভাগি-ছিগি “শিয়াল, বাঘ আৰু ঘোঙৰ বাই হল । প্রজ্াৰ দুখত্‌ গছৰ চৰায়ে বাই এৰিলে । বীৰ- সবে লাখে লাখে শত্ৰুৰ হাতত জীৱন দি লৰ৷-তিৰোতাক অনাথ, অনাথিনী কৰি, মহাস্থুখে স্বৰ্গবাসী, হৈছে ৷ মাউৰ| লৰা-ছোৱালীৰ কান্দনত গছৰ পাত সৰিছে। বিধবাৰ আত্ম- ৰোলত হিয়া দুফাল হব খোজে । এভিয়| ইবোৰ সিবোৰ এৰক ৷ হয় কওক যে অতি অলপতে যুদ্ধৰ মাম্ৰণি ---]ব নতুবা পচি পাণ্ডৱক আকৌ বনবাসী হবলৈ আজ্ঞা দিয়ক ।

জীকুষ্ণ -যৰ্ম্মবাজ ! মই আপোনাৰ , ভৰীচৰণত ধৰি কৈছে৷ যে অচিৰে এই সম্ৰৰ অন্ত নন} ত পাতে ক্ষয় হব । 'ভাম, অৰ্জ্জুনৰ, ‘স্থাতত সিহঁতে এটি এটিকৈ প্রাণ সোধাব ।

ললষা০ কাগদলসযালসমপপি"-=