পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভৈৰব কাঁওৱালী ৷ _ গা|ণ-=আজি কিয় মন ইলি, ৷ তই এনে উচাটন ৷ থাকি থাকি হাত ভবি {( মৌৰ ) কঁপে ‘ঘনে ঘন ৷

হিয়াৰ পদ্ম পাহি, নেদেখি স্থুৰুয হঁহি, জঁয় পৰি গল দেখি তাৰ নিমগন | দণ্ডে যুগ অনুমান, তিলেক ভদৰশন,

এতে বেলি কিয় নথি হল৷ বিন্মৰণ +?

উত্তৰ|--উঃ ! সগোঁনৰ কথ|৷ ফলেনে ? প্রায়ে নফলে ! ঙ্থাপি অদৃষ্টৰ কথ| কব নোৱাৰি । আজি কালি আমালোক্ৰ ক্ষপাল বৰ মুকলি নহয় । অদৃষ্টই যদি ভাল হয় তেন্তে খনেকুৱ৷ আত্মা-কলহ্‌, বাদ-বিসন্বাদ যুদ্ধ-বিঞ্জাহ হব কিয় +? বিধাতাৰ লিখন কোনেও খণ্ডাব নোৱাৰে | এই সমাজিক যদি সঁচ| হয় তেন্তে মোৰ নিচিনা চিৰ অভাগিণী আৰু ক্ষান আছে ? মইতোে৷ জীয়াই থাকিব নোৱাৰিম ! হায়, বিধাত| ! মই এনে কুসপোঁন- দেখিলে| কিয় ? মনটোে| চাঢ়ি- ফুটি কৰিছে | উঃ হিয়াৰ মাজত যে কি যাতনা হৈছে ক্ক্যই নোৱাৰি ৷ হঠাও এই শঅশান্তি কৰপ্ৰ৷ আহিল ?