পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৩২]

লগতে সোমাম ! গদাৰ কোবত সৈন্য ছিন্নভিন্ন কৰি পেলাম। কাৰ সাধ্য সেই কোব সহা কৰে ?, কাৰ সাহস ভীমৰ

আগত হিয় হয় ?} সকলোকে নিদলি পেলাই বেহু খণ্ড বিখণ্ড


কৰিম। কোৰব সৈন্যৰ মাজত প্রলয় উপস্থিত হব। ভামৰ বিক্ৰমত পুথিবী ক্রম্পমান হব । সৈন্যৰ কোলাহল আৰু আনত্মৰোলত ত্ৰিভূবনে তবধ মানিব। দ্ৰোণ, কৰ্ণ, কূপ, শল্য পএ্ভূতি বীৰ গদাৰ জগত ফৰিং ছিঢিকা৷দ ছিটিকিব ৷ আপুনি ভামৰ বল [বক্ৰম জানেই; তেওঁৰ পৰাক্ৰম স্বচন্ষে দেখিছে। এনেস্থলত অভিৰে সৈতে লগলাগি কুৰু সৈন্য জয় কৰি আহিম তাত অকণে| সন্দেহ নই । আপুনি সোনকালে বিদায় দিয়ক ।

যুধিষ্ঠিৰ--বাপ| {1 ভি, এবাৰ মোৰ ওচৰলৈ আহ৷! কোলাত লৈ চুমা খাওঁ । এই বয়সত তোমাৰ এই অসীম সাহস, বাস্তবাকে পাণুৱৰ গোৰব-ৰবি। যুদ্ধত | ৰণচণ্ডা তোমাৰ সহায় হওক |

আঅভি-_আৰ্ধ্য ! নমস্কাৰ; এই চৰণ এসাদে বেন সমৰ বিজ্ঞঞ্নী হওঁ ৷ [ মনে মনে ] বাওঁ; এতিয়| মাতাদেবী আৰু প্িয়ত্তমাৰ ওচৰত বিদায় লওঁ গৈ |

[ অভিৰ প্ৰস্থান | '_'"