পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৩১]

আৰু দিথিজয়ী অজ্জুনৰ ওঁৰসজাত সন্তান বুলিব ? এই বিশুদ্ধ গাণ্ডকুলত জন্ম লৈ মই এনে কুলাঙ্গাৰ হলে"। নে যে জন্মদাত৷ পিতৃৰ নামত কলঙ্ক ৰাখিম ? কেতিয়াও নহয় | মই বি যথাৰ্থতে অজঙ্জুনৰ সন্তান হওঁ তেন্তে আপোনাৰ আমশীৰ্ববাদে নিশ্চয় বেহু ভেদ কৰি কুক্ুসৈন্যক পৰাস্ত কবিম। তাত অলপে৷ সন্দেহ নাই ৷ আধ্য ! মই বিনয় কৰি কৈছো, যুদ্ধলৈ যাবৰ শজ্ঞ| দিয়ক; বিলম্ব কৰিবৰ প্রয়োজন নাই। ভীম--উঃ কি পৰিতাপ ! আমি থাকৌতে হভাভি যুদ্ধলৈ যাৰ লগ৷ হল । একেই কোমল বয়সৰ লৰ৷ । তাৰ উপৰি বোলে নিগম নাজানে; কোন সতে বাছাক বিদায় দিওঁ ৷ অঙ্গন সংসপ্তকৰ লগত যুদ্ধত বাস্ত; কোনোমত্তে ৷ আঁহিব নোৱাৰে; অগত্যা আঅভিকে সেনাপতি ব্ৰণ কৰিব লাগিল ৷ আমি আটাইবিলাক অভিৰ পাচতে থাকিম ৷ জয়ভ্ৰথক মাৰিয়ে হওক ব| আন কোনে| প্রকাৰে হওক ৰেহুৰপৰ৷ বাছাক উলিয়াই আনিমে আনিম । মহাৰাজ! বাপ| অভিকে ঙা|জ সেনাপতি কৰক । নহলে কুৰুসৈন্য বিনাশৰ আন উপাযর নেদেখে| | বুধিষ্ঠিৰ--ভাম ! অভিমন্ব্লক নিব্বিত্বে পুনঃ মোৰ কাষলৈ আনিম বুলি তুমি ভৰস| দিলেহে মই তেওঁক বিদায় দিব- পাৰে৷ । _ ভীম--মহাৰাজ ! আপুনি চিন্ত৷ নকৰিব! অভিয়ে যেতিয়৷ জয়দ্ৰথক পৰাত্ত কৰি বেহু সোমাব মই তেওঁৰ