পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৩০]

অভি--আৰ্য্য ! কি কাৰণে আপুনি এনে, নিৰানন্দ চিত্তে পৰিতাপ কৰি নিজক আঁৰু আত্মীয়-কুটুম্বক দুখ দিছে ? সেই জগংতাৰণ, জ্বগদানন্দ, জগল্ছনপালক গীমধুসূদন হৰি যাৰ সহায়, তাৰ আকৌ দুখ কিহৰ ? যাৰ নামে বিপদ নাশ কৰে, তেওঁ নিজে বেতিয়| আমাৰ সাৰথি, তেতিয়| দ্ৰোণ, কৰ্ণ _ প্ৰভৃতি সামান্য বীৰলৈ ভয় কি ? সেই যদুকুলতিলক, ভূপালক, বিলদহাৰী হৰি যাৰ মাম৷, গহারল পৰাক্ৰমী, ত্ৰিভুৰন-বিজয়ী অৰ্জ্জুন যাৰ পিতা, আজি, আপোনাৰ সেই দাসালুদাস অভিমন্ম্য থাকোতে ভয় কৰাৰ কোনে| কাঁৰণ নাই । মই এতিয়াই বেহু ভেদ কৰি দ্ৰোণ, কৰ্ণ প্ৰভৃতি ৰথাক বধ ক্ৰিম । লপুনি শিশ্চিল্য হওঁক | ৰ মুধি্ঠিৰ--বাপ| ! তুমি অল্প বয়সৰ অল্পমতি শিশু ! তোমাৰ এই চিকোণ মুখৰপৰ৷ যে এনেকুধ| কথা শুনিছে; সেয়েই আমাৰ ভাগ্য ৷ তোমাক মই যুদ্ধলৈ কেতিয়াও পঠি- য়াৰ নোৱাৰে৷ মোৰ কনণালত যি আছে হওক । অভি--আৰ্যযা ৷! আপোনাৰ শত্ৰু বিনাশ কৰোতে যদি মোৰ প্রাণ যায় সিও স্বীকাৰ ৷ এই মহ! ৰথীসকলৰ এজনক বুধ কৰিব পাৰিলেও মোৰ জীৱন সাৰ্থক হব | মই যদি পিতৃ- শত্ৰু বিনাশ. কৰিবলৈ ভয় পাই কাপুৰুষৰ নিচিন৷ পিতৃসক্লৰ ভাঙ্গল নিল চকুৰে চাই থাকেঁ| তেন্তে মোৰ ণিচিন৷ নৰাধম আঁৰু কেন আছে ? আঅভি ব্ৰৰ্ত্তমাম থাকোতে বদি প্ৰোগে জপোনাক ধৰি নিয়ে তেন্তে কোনে মোক জ্ীকষ্ণৰ ভাগিন