পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩১]

আৰু দিথধিিজ্য়ী অজ্জুনৰ ওৰসজাত সন্তান বুলিব ? এই বিশুদ্ধ পাণ্ডুকুলত জন্ম লৈ মই এনে কুলাঙ্গাৰ হলে"। নে যে জন্মদাতা পিত্ৰ নামত কলঙ্ক ৰাখিম ? কেতিয়াও নহয় | মই বদি যথাৰ্থতে অৰ্জ্জনৰ সন্তান হওঁ তেন্তে আপোনাৰ আশীৰ্ববীদে নিশ্চয় বেহু ভেদ কৰি কুৰুমৈন্যক পৰাস্ত কৰিম। তাত অলপে৷ সন্দেহ নাই। আধ্য! মই বিনয় কৰি কৈঙ্জো, যুদ্ধলৈ যাবৰ আজ্ঞ| দিয়ক ; বিলম্ব কৰিবৰ প্রয়োজন নাই। ভীম--উঃ কি পৰিত্তাপ! আমি থাকোঁতে অভি যুদ্ধলৈ যাব লগ| হল । একেই কোমল বয়সৰ লৰ| । তাৰ উপৰি বোলে নিগম নাজানে; কোন সতে বাঁছাক বিদায় দিওঁ ৷ অজ্জুন সংসপ্তকৰ লগত যুদ্ধত _ বাস্ত; কোনোমতে ৷ আঁহিব শোৱাৰে; অগত্যা অভিকে সেনাপতি ব্ৰণ কৰিব লাগিল ৷ আমি আচাইবিলাক অভিৰ পাঁঢতে থাকিম ; জয়দ্ৰথক মাৰিয়ে হওক ব| আন কোনে| প্রকাৰে হওক ৰেহুৰপৰ৷ বাছছাৎচট উলিয়াই আনিমে আনিম । মহাবাজ ! বাপ| অভিকে ঙণ|।জ সেনাপতি কৰক ৷ নহলে কুৰুসৈন্য বিনাশৰ আন উপায় নেদেখে| | যুধিষ্টিব--ভাম ! অভিমন্তু'ক নিবিব্নে পুনঃ মোৰ কাষলৈ আনিম বুলি তুমি ভৰস| দিলেহে মই তেওঁক বিদায় দিব, পাৰে| । _ ভীম--মহাবাজ ! আপুনি চিন্ত| নকৰিব! অভিয়ে যেতিয়। জয়দ্ৰথক পৰাস্ত ক'ৰ বেহু সোমাব মই তেওঁৰ