পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৩০]

অভি--আৰ্য্য ! কি কাৰণে আপুনি এনে, নিৰানন্দ চিত্তে পৰিতাপ কৰি নিজক আৰু আত্মীয়-কুটুম্বক দুখ দিছে ? সেই জগংতাৰণ, জ্বগদানন্দ, জগজ্জনপালক দীমধুসূদন হৰি যাৰ সহায়, তাৰ আকৌ)! দুখ কিহৰ ? যাব নামে বিপদ নাশ কৰে, তেওঁ নিজে যেতিয়া| আমাৰ সাৰথি, তেতিয়া দ্ৰোণ, কৰ্ণ প্রভূৃতি সামান্য বীৰলৈ ভয় কি ? সেই যদুক্্‌লতিলক, ভূপালক, বিপদহাৰী হৰি যাৰ মাম৷, মহবিল পৰাক্ৰসী, ত্ৰিভুবন-বিজয়ী অচ্ঞ্্ৰন যাৰ পিত|, আজি আপোনাৰ সেই দাসানুদাস অভিমন্মা

থাকোতে ভয় কৰাৰ কোনে| কাৰণ নাই । মই এতিয়াই বেহু

ভেদ কৰি দ্ৰোণ, কৰ্ণ প্ৰভৃতি ৰথাক বধ কৰিম ৷ আপুনি নিশ্চিন্দ হওঁক | ৰূ

মুধিষ্ঠিৰ-_বাপ| ! তুমি অল্প বয়সৰ অল্পমতি শিশু ! তোমাৰ এই চিকোণ মুখবপৰ৷ যে এনেকুধ কথা শুনিছে; সেয়েই আমাব ভাগ্য । তোমাক মই যুদ্ধলৈ কেতিয়াও পঠি- য়াৰ নোৱাৰে| মোৰ কণলালত যি আছে হওক ।

আঅভি--আৰ্য্য ! আপোনাৰ শত্ৰু বিনাশ কৰোতে যদি মোৰ প্রাণ যায় সিও স্বীকাৰ ৷ এই মহ! ৰঞ্ীসকলৰ এজনক বধ কৰিব পাৰিলেও মোৰ জীৱন সাথক হব । মই যদি পিতৃ- শ্ু বিনাশ. কৰিবলৈ ভয় পাই কাপুৰুষৰ নিচিন৷ পিতৃসক্লৰ অমঙ্গল নিল চকুৰে চাই থাকোঁ তেন্তে মোৰ নিচিন| নৰাধম আঁকু কেন আছে ? অভি বৰ্তমান থাকোঁতে বদি দ্ৰোণে আপোনাক ধৰি নিয়ে তেন্তে কোনে মোক গীকুফ্ণৰ ভাগিন

৷৷৷