পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[২৯]

হৃলে'! | ই কি কম লাজৰ কথ| ? কিন্তু সেই বুলিয়েই বণৰ- পৰ| ক্ষান্ত হ’ম নে ’? কেতিয়াও নহওঁ । ক্ষত্ৰিয়কুল বিশেষত ৰাজ-অংশত জন্ম লৈ শত্ৰুক পিঠি দেখোৱ| নিতান্ত কাপুৰুষৰ কাম ৷ ত্ুঃশাসণৰ ৰক্তপান, দুৰ্য্যোধনৰ উৰুভঙ্গ প্ৰভৃতি প্রতি- জ্ঞাৰপৰ| যিমান দিনলৈ যুক্ত নহওঁ, সিমান দিনলৈ জীৱন ধৰ| কেৱল বিডম্বন| মাত্ৰ ! মহাৰাজ ! আপুনি যিহকে কওক, ভীমৰ ‘দেহত জীৱ থাকে মানে কেতিয়াও এই যুদ্ধৰপৰ৷ ক্ষান্ত নহয় । (অভিৰ প্রবেশ)

অভি--আৰ্য্য ! নমঙ্কাৰ }

যুধিষ্ঠিৰ--বাপ| অভি ! আহা । তুমি চিৰজীবী আৰু সমৰবিজয়ী হোৱা | | ভীমলৈ চাই ] বাপ৷ ভীম ! তুমি ধি কথ| কৈছ| সি একেবাৰে স'চ| । কিন্তু দ্ৰোণাচাৰ্যো যি অদ্তুত চন্ৰূবহু কৰিছে, ভাক ভেদি শত্ৰুক পৰাস্ত কৰ| বীৰ অৰ্জ্জুনৰ বাহিৰে আৰু নাই ৷ কাজে আমাৰ জয় লাভৰ আশ! ভৰসাও নাই | যি বল বিক্ৰমেৰে জয়দ্ৰথে বেহুৰ তুৱাৰ ৰাখিছে, তাক পৰাজয়, কৰে এনে বীৰ কোন আছে ? অমচ্জ্টুন নাবাযনী সেনাৰ লগত যুদ্ধত লিপ্ত থাকিল । হায়! ‘গুৰুদেৱ ! তোমাৰ মনত এইহে আছিল ? ছলে-ৰূল-কোঁশলে নিৰ্দ্দোষী পাণ্ডৱক ম্ৰাইহে তোমাৰ উদ্দেশ্য | পাণ্ডৱে তোমাৰ কি অপৰাধ কৰিলে ? হায় ! অদৃষ্ট ! বিধাতাঁই আমাৰ কপালত কেৱল দুখকহে লিগিলে ৷ উঃ } কি পৰিতাপ ! বাপা, তুগি সোনকালে অৰ্জুনক মাতি আন৷ গৈ | আৰু বুদ্ধ কৰিবৰ আৱশ্যক নাই