এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
[২৮] এজন দূতৰ প্রবেশ- দুত-ৰাঁজকৌৱরৰ, মহাৰাজ যুধিষ্ঠিৰ আৰু ভাস মহাশয়ে আপে৷নাক এতিয়াই মাতিছে । অভি--আই ! আপোনাক সেৱাহে ! মই সোনকালে আহৌগৈ ৷ [ দূত আৰু অভিৰ প্ৰস্থান ]
তভলএঁি<|-দ+_*--
দ্বিতীয় গৰ্ভাঙ্ক ৷
ম্সাঙ্ডৰন্ৰ ল্ছাভল্নী ।
যুধিষ্ঠিৰ আৰু ভাম.।
যুধিত্ঠিৰ--হায় ! শিয়ালৰ হাতত সিংহৰ গ্ৰাজয : -
হআজি জয়দ্ৰথৰ হাতত পাণ্ডৱ পৰাস্ত হল | দ্ৰৌণি, কৰ্ণ, কুপ,7
শল্য আদিয়ে পাণ্ডৱৰ ওচৰত বীৰত্ব প্রকাশ কৰিছে ৷ হায়!
আমাৰ বাঁহুৰলেই ধিক্ ! বিধাত| ! তোৰ মনত এইহে
আছিল +?ভাত্ম পিতামহক মৰাই নাৰ হল । বিধাতাৰেই ব|
দোষ কি ? হই আমাৰ স্বকাধ্য আছ্ছ্ঁত ফল মাথোন । নহয় ;
আৰু যুদ্ধ কৰিবৰ প্রয়োজন নাই । অৰ্জ্জুন ফিৰি আহিলে আকৌ বনলৈ, বাওগৈ ৷ উঃ ! কি পৰিতাপ ! '
ভীম--দাঁদ| ! যি জংদ্ৰথক মই নান| দুৰ্গতি কৰিছিলো,
আন কি নিশ্বাস মাত্ৰহ্বে এৰছিলে।, আজি মই তাৰ হাতত পৰাস্ত৷