পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[২৭]

স্বুভদ্ৰাৰ প্রবেশ-

স্নুভদ্ৰ৷-কি হৈছে অভি ! তহঁতে কিয় ইমান কোঢ়াল কৰিছ ? ' ৰণ উত্তৰা - চাওকচোন আই ৷ মোৰ গালতে পাচ শঁৰামান চৰ মাৰিলে ৷ পিঠিখনত পাৰে মানে ভুকুৱালে । আকৌ! এনেকৈ বহ, এনেকৈ উঠ, বুলি দেখুৱাই ৷ মই তেনেকৈ বহিব ব| উঠিব নোৱাৰিলে গালে, নাকে, কাণে যতে পাই ত’তে চিকুটি দিয়ে । চাওকচোন, কাণ দুখন ৰঙ্গ৷৷ পৰি থাকিগই পায় [ কা৭ দেখুৱাই ]

স্নৃভদ্ৰ৷--হয় নে অভি ? মই দ্ৰেখিছে৷ তই বৰ দুষ্ট হৈছ ৷ তই উত্তৰাক ইমানকৈ কিয় মাৰিলি ?

, অভি--[ হীহি ইাহি আঁতৰি যাবলৈ ধৰে]

উত্তৰ৷--[ লৰ মাৰি স্থুভদ্ৰাৰ কোলাত উঠি ] আই । এত. বাৰলৈ মোৰ দোষ ক্ষমিব | আমি পুতলা বিয়| পাতি কোঢ়াল কৰ৷ বাবে আপুনি খং কৰিব বুলিহে মিছ৷ কথা| কৈছিলে ।

স্থূভদ৷--আঁহ| ! দেহিডোখৰি ! তোমালোকে ধেমালি কৰ| দেখিলে ‘মোৰ হিয়া জুৰহে পৰে ৷, মই কেলেই মাৰিম | [ অভিৰ পতি ] বাপ৷ অভি ! তুমি কেলেই ওচৰৰূপৰ৷ গুচি গলা ? আহা ! (মোৰ সোণাই । দুইকো কোলাত লৈ মোৰ 'খ্নাণ শীতল কৰোঁ৷ । [ কোলাত তুলি লয়)