পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৯৬)

এনে, ধুনীয়| ! লৰাটি যে. একেবাৰে চফল, ডেক| ৷; মুখখনি সাক্ষাৎ পূর্ণিমাৰ চন্দ্ৰৰ নিচিন| ৰূপৰ : চুকুজ্জুৰি কাণৰ কাষ প্রাইছেহি ৷ চেলাউৰি বৈ পৰা৷ ৷ নাকটি যেন তিল ফুলৰ পাহিহে; কপালৰ তিলকে তাঁৰ, জেডতি আৰু চৰ্বাই দিছে । চুলিকোছ| কেকোৰা, কিন্তু দীঘল আৰু কিচ কিচ্‌ কৰে ক’লা । ডিঙ্গিটি ৰাজহীহৰ ডিঙ্গিৰ দৰে দীঘল | ককালটি হলে সিংহৰ ককালৰ নিচিন৷ । বুকুখন বহল; হাত মৃণালৰ নিচিন| আৰু আঠুলৈকে ছ্বুকি পোৱ৷ দীঘল । উৰু হাতীৰ শুড়ৰ দৰেই । ভৰি দুখনি ৰক্ত পদুম বুলিলেহে শুৱাই | যেনে লৰ|, ছোৱালীও ঠিক তেনে । ভ্ুইকে| বিয়া দিলে পিহঁত আমাৰ নিচিন| স্তুখী হব৷ নাথ ! মই. আপোনাৰ দুটি ভৰিত ধৰি কাবৌ কৰিছোঁ, আহক আমি সিহঁতৰ বিয়াখন পাতে৷ আৰু ধেমালি কৰে৷ | (গৈ পুতল| লৈ আহে ) ;

অভি--আমি দুয়ে| বিয়| পাতিলে বিয়| চাব কোনে = = তুমি বিয়| পাতা; মই চাওঁ ।

উত্তৰ৷--মই লচাটককৈ কৈছোঁ; আপুনি ‘দৰাৰ বাপেক নহয় মানে পুতল্ল৷ বিয়াকে নাপাতে৷ । সিহঁতক দেখি আপে৷- নাৰ মৰম নেলাটে নে.? বাক তেন্তে; য| পোৰামূই, পানীত পৰি মৰ গৈ ৷ { পুতল| দলিয়াই পেলায় ) ৷ {

অভি--প্ৰিয়ে ! মই তোমাৰ মনহে বুজিছিলে।। আহা, তুমি কণ্যাৰ মাক হোৱাহি । মই দৰাৰ বাপেক হম |

উত্তৰা--উলু, উলু, উল ।