পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[২৭]

স্নৃভতদ্ৰাৰ প্রবেশ-

স্তুভদ্ৰ৷--কি হৈছে অভি ! তহঁতে কিয় ইমান কোঢ়াল কৰিছ ? ৰঃ উল্তৰা--চাওকচোন আই ৷ মোৰ গালতে পাচ অঁৰামান চৰ মাৰিলে | পিঠিখনত পাবে মানে ভুকুৱালে | আকৌ এনেকৈ বহ, এনেকৈ উঠ, বুলি দেখুৱাই ৷ মই তেনেকৈ বহিব ব| উঠিব নোৱাৰিলে গালে, নাকে, কাণে যতে পাই ত’তে চিকুঢি দিয়ে । চাওকচোন, কাণ দুখন ৰঙ্গ৷ পৰি থাকিওএই পায় [ কাণ দেখুৱাই |]

স্লভদ্ৰ৷--হয় নে অভি 1? মই দেখিছো| তই বৰ তুষ্ট হৈছে | তই উত্তৰাক ইমানকৈ কিয় মাৰিলি ?

। অভি--'[ হাঁহি ইাহি আঁতৰি যাবলৈ ধৰে]

উত্তৰ৷--| লৰ মাৰি সুভদ্ৰাৰ কোলাত উঠি ] আই ! এহ বাৰলৈ মোৰ দোষ ক্ষমিব | আমি পুতল৷ বিয়| পাতি কোঢ়াল কৰ৷ বাবে আপুনি খং কৰিব বুলিহে মিছ| কথ| কৈছিলে ৷

স্তুভদ্ৰা আহা ৷ দেহিডোখৰি ! তোমালোকে ধেমালি কৰা দেখিলে ‘মোৰ হিয়| জুবহে পৰে ৷ , মই কেলেই মাৰিম । [ অভিৰ প্রতি ] বাপ৷ অভি ! তুমি কেলেই ওচৰৰপৰ| গুচি গল| ? আহা ! (মোৰ সোণাই । দুইকো কোলাত লৈ মোৰ শ্বথাণ শীতল কৰোঁ৷ । [কোলাত তুলি লয়

ণু