পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৯৬)

এনে, ধুনীয়| ! লৰাটি, যে একেরাৰে চফল, ডেক| ।. মুখখনি সাক্ষাৎ পূৰ্ণিমাৰ চন্দ্ৰৰ নিচিন| ৰূপহ !: চকুজ্ুবি কাণৰ কাষ প্রাইছেহি । চেল্লাউৰি বৈ পৰা৷ ৷ নাকটি যেন তিল ফুলৰ পৰাহিহে ; কপালৰ তিলকে তাৰ, জেডতি আৰু চৰাই দিছে । চুলিকোছ| কেকোৰ|, কিন্তু দীঘল আৰু কিচ, কিচু কৰে ক’লা । ভডিঙ্গিটি ৰাজহীহৰ ভিঙ্গিৰ দৰে দীঘল | ককালটি হলে সিংহৰ ককালৰ নিচিন৷ | বুকুখন বহল; হাত মৃণালৰ নিচিন| আৰু আঠুলৈকে দ্লুকি পোৱ দীঘল | উৰু হাতীৰ শুড়ৰ দৰেই । ভৰি দুখনি ৰক্ত পদুম বুলিলেহে শুৱাই | যেনে লৰ|, ছোৱালীও ঠিক তেনে । দ্ুইকে| বিয়| দিলে সিহঁত আমাৰ নিচিন| স্থখী হব| নাথ ! মই. আপোনাৰ দুটি ভৰিত ধৰি কাবৌ কৰিছে৷, আহক আমি সিহঁতৰ বিয়াখন পাতো আৰু ধেমালি কৰে'।। (গৈ পুতল| লৈ আহে ) ৰ

অভি--আমি দুয়ে| বিয়| পাতিলে বিয়৷ চাব কোনে = - তুমি বিয়া পাত|; মই চাওঁ ।

উত্তৰ৷--মই ‘সচাকৈ কৈছে৷; নাপুনি ‘দৰাৰ বাপেক নহয় মানে প্মুতল৷ বিয়াকে না৷গাতেো । সিহঁতক দেখি আগপে- নাৰ মৰম নেলাগে নে. বাৰু তেন্তে; য| পোৰামুই, পানীত পৰি মৰ গৈ ৷ _( গুতল| দলিয়াই পেলায় ) ।

তাভি--পিিয়ে । মই তোমৰ মনহে বুজিছিলে| ।, আহ৷, তুমি কন্যাৰ মাক হোৱাহি । মই দৰাৰ বাপেক হম |

ডউত্তৰ৷--উলু, উলু, উলু ।