পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২৫)

উত্তৰ|--বুজিছে| আপোনাৰ ধেমালি । আমি ওচৰত থাকিলে আপোনাৰ গা চেঁচা নপৰে | আপেনোৰ স্থখ-পথত কীইট ৰুবলৈ মোৰ মন নাই। এৰি দিয়ক হাতখন । কেনেবাকৈ আপোনাৰ হাত গোন্ধাব গাচে । [ অধোমুখ ] আঅভি--_লাহ্‌ৰি, খং কৰিছা৷ কিয় ? ৰবা বাৰু, ভালে বেয়াই এটা গীও ৷ তুমি খং কৰিলে মোৰ স্বৰগ ভাগি মূৰত পৰ যেন লাগে । খান্বাজ-=-একতাল| । গু জীবনে মৰণে, শয়নে সপোনে; তোমাক বিচাৰেঁ| কিয়নে| ? পৰে৷ ধৰে৷ কৰে, ধৰিব নোৱাৰে"।, কেনি তুমি যোৱ| নাজানে! ৷ মাতিলে| তোমাক, আকুল পিয়াসে তৃষিত হৃদয়ে, বহাহি আসি; নবহ| ষদিহে আসি হ্ুদয়ত পণ বেদনাতে নাবাটে৷ ॥

চিৰসঙ্গী তুমি, তবু থাকা দূৰে, হৃদয়ৰ ধন কিয়নে| অন্তৰে ? তুমি পূৰ্ণজ্যোতি, ই ঘোৰ আন্ধাৰে,

তোম| বিন৷ ব্যথ৷ নমৰে |

উলত্ডৰা--আঁহ্‌| ! নাণ ! মই পাহৰি আছিলে । সিদিন৷ আয়ে মোক বৰ স্বন্দৰ পুতল৷ দুটি দিছে । সিহঁত দেখিবলৈ