পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২৪)

বাট চাই থাকোতে চকু বিষায় বায়। মণি হেৰালে সাপৰ গাঁত যেনেকৈ তত, মেথাকে, স্বামী আঁতৰি গলে তিৰোতাৰে| ‘তেনে দশ৷ । মত| মানুহৰ মৰম দয়| তিৰোতাতকৈ বহুত কম ; নহলে তিৰোতাক ইমান হুখ দিয়েনে ? চন্দ্ৰক নেদেখিলে ভেঁট _ আৰু সূধ্যক নেদেখিলে পদুম যেনেকৈ মুদ গৈ থাকে গিৰিহঁতক খন্তেক নেদেখিলে তিৰোতাৰ মুখে| তেনে মলিন, তেনে বিমব । আহিলে কত কথ| কৈ মনৰ দুখ জনাম বুলি ভাবি থাকে, পিচে মুখ দেখ| মাজ্জকে সকলোখিনি পাহৰি যায়; আপদায়| লাজে ততালিকে চকু আকু মনৰ আৰ-কাপোৰ পেলাই দিয়েহি । সকলে| ভাৱকে ঢাকি পেলায় । কাজেই মনৰ জুইয়ে মনকে পুৰি মাৰে । এনে অৱস্থাত স্বামীৰ মৰম চেনেহত বাজে আন একোৱে তাক চেঁচা পেলাব নোৱাৰে । গিৰিহঁতক লগ পালে তিৰোতাৰ কিমান আনন্দ তাক তিৰোতাইহে বুজে | প্রাণে- প্মৰ ! আহক, আপোনাৰ স্থূললিত স্থৰেৰে গীত এটি গা মোৰ তাপিত প্রাণ শীতল কৰকহি ।

অভি-_ক্ৰোতাই গোৱ| গানহে শুনিবলৈ ভাল । মতা মানুহৰ মাত বৰ কঠুৱা । মানুহে শুনিলে গাধই চিঞৰিছে বুলিহে কব । তুমিয়েই গোৱা, মই শুনে৷।

উত্তৰ|--( খং কৰি ) নেলাগে গাব বাৰু ! মই ভালকৈ নেজানে| দেখিহে কৈছিলে'। । এৰ| ! আমাৰ জানে| ক্িব| মন্ত আছে ? কথ| শুনিব যে । ( উঠি যাবলৈ খোজে)

অভি--নাযাব| মইন| ! মই ধেমালিহে কৰিলে৷ |