পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২৫)

উত্তৰ|--বুজিছে| আপোনাঁৰ ধেমালি । আমি ওচৰত থাকিলে আপোনাৰ গা চেঁচা নপৰে । আপেনোৰ স্ুখ-পথত কীট ৰুবলৈ মোৰ মন নাই। এৰি দিয়ক হাতখন | কেনেবাকৈ আপোনাৰ হাত গোন্ধাব পাচ ৷ [ অধোমুখ ] আঅভি-_ লাহৰি, খং কৰিছ| কিয় ? ৰব| বানু, ভালে বেয়াই এটা গাঁও | তুমি খং কৰিলে মোৰ স্বৰ্গ ভাগি মূৰত পৰৰ যেন লাগে । । খাম্বাজ--একতাল| । ঞ জীবনে মৰণে, শয়নে সপোনে, তোমাক বিচাৰে কিয়নে| ? পৰেঁ। ধৰে| কৰে, ধৰিব নোৱাৰে", কেনি ভূমি যোৱ| নাজানে! ৷ মাতিলে| তোমাক, আকুল পিয়াসে তৃষিত হৃদয়, বহাহি আসি; নবহ| যদিহে আসি হৃদয়ত প্রাণ বেদনাতে নাবাচে৷ ৷

চিৰসঙ্গী তুমি, তবু থাক| দুৰে, হৃদয়ব ধন কিয়নো অন্তৰে ? তুমি পূৰ্ণজ্যোতি, ই ঘোৰ আন্ধাৰে,

তোম| বিন|৷ বাথ। নমৰে । উত্তৰ--আহ্‌| ! নাগ ! মই পাহৰি আছিলে| । সিদিন| আয়ে মোক বৰ সুন্দৰ পুতল৷ দুটি দিছে। সিহঁত দেখিবলৈ

আছি _