পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৮

বাট চাই থাকোতে চকু বিষায় যায়। মণি হেৰালে সাপৰ শাঁত যেনেকৈ তত, নেথাকে, স্বামী আঁতৰি গলে তিৰোতাৰে৷ তেনে দশ| | মত৷| মানুহৰ মৰম দয়| তিৰোতাতকৈ বহুত কম; নহলে তিৰোতাক ইমান দুখ দিয়েনে ? চন্দ্ৰক নেদেখিলে ভেঁট আৰু সূৰ্ধ্যক নেদেখিলে পদুম যেনেকৈ মুদ্ব গৈ থাকে গিৰিহঁতক খন্তেক নেদেখিলে তিৰোতাৰ মুখে| তেনে মলিন, তেনে বিমৰ্ষ । আহিলে কত কথ| কৈ মনৰ দুখ জনাম বুলি ভাবি থাকে, পিচে মুখ দ্লেখা| মাত্ৰকে সকলোখিনি পাহৰি যায়; আপদীয়| লাজে ততালিকে চকু আৰু মনৰ আৰ-কাপোৰ পেলাই দিয়েহি ৷ সকলে।৷ ভাৱকে ঢাকি পেলায় ৷ কাজেই মনৰ জুইয়ে মনকে পুৰি মাৰে । এনে অৱস্থাত স্বামীৰ মৰম চেনেহত বাজে আন একোৱে তাক চেচ| পেলাবৰ নোৱাৰে । গিৰিহঁতক লগ পালে তিৰোতাৰ কিমান আনন্দ তাক তিৰোতাইহে বুজে । প্রাণে- দ্মৰ ! আহক, আপোনাৰ স্নুললিত স্থৰেৰে গীত এটি গা : মোৰ তাপিত প্রাণ শীতল কৰকহি ।

অভি--ত্ৰোতাই গোৱ৷ গানহে শুনিবলৈ ভাল । মত| মানুহৰ মাত বৰ কঠুৱা । মানুহে শুনিলে গাধই চিঞৰিছে বুলিহে কব । তুমিয়েই গোৱা, মই সশুনে৷। _'

উত্নৰ|--( খং কৰি ) নেলাগে গাব বাৰু ! মই ভালকৈ নেজানে| দেখিহে কৈছিলে। । এৰ| ! আমাৰ জানে| ক্রিব| মন্ত আছে ? কথ| শুনিব যে । ( উঠি যাবলৈ খোজে)

অভি--নাবাব| মইন| ! মই ধেমালিহে কৰিলে| |