পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২৩)

অভি--| চবি দেখুৱাই ] প্ৰিয়ে ৷ এইচোৱ| ; আমাৰ পিতামহ ভাস্মদেৱে কেনে স্তন্দৰ শৰশয্যাত পৰি শান্তি লাভ কৰিছে৷ এই -শৰশষয্য৷ পিতাদেৱে সাজি দিছে ৷ কুকৰু-সপাণ্ডু উভয় কুলৰ বীৰ আৰু ৰাজ্যৰ, পএজা৷ সকলোয়ে পিতামহৰ বীৰত্ৰ দেখি ধন্য ধন্য কৰিছে ৷ আন পিনে চোৱা| ৷ পিতামহৰ পিয়াহ লগাত পিতাক পানা খুজিছে; পিতাদেৰে শৰেৰে পৃথিবী ভেদ কৰি গঙ্গাৰ পানী আনি নিজৰাৰ নিচিনাকৈ তেওঁৰ মুখতে পেলাই দিছে আৰু পিতামহ সন্তুষ্ট হৈ পাঁঠৰমানে পিতাদেবক আশীৰ্বৰাদ কৰিছে । ধন্য ক্ষত্ৰকুল শিৰোমণি ভাত্মদেৱ, আপোনাৰ এই ' মৃত্যু স্বৰ্গমুখতকৈ শ্ৰেয়: । ‘“ আপোনাৰ কীত্ডি যাবতচন্দ্ৰ দিব| কৰলৈ বৰ্ত্তমান থাকিব৷ ৰ ন ৰ উত্তৰ৷--আহ্‌|! কি নিভাঁক পুৰুষ! মনুষ্য শৰাৰত সাক্ষ্যাত দেৱতাৰ অবত্াৰ | ইচ্ছ৷ মৃত্যু বৰলাভ এনে, বীৰু চূড়ামণিৰহে সম্ভৱ ৷ প্রভে| ! চৰিখন দাসীক দান কৰক ॥ যত্ন কৰি ৰাখিম আৰু নিতৌ একোটা সেৱ| কৰি থাকিম! ৷ কিন্তু নাথ ! আপোনাৰ শৰীৰত দেখে৷ অসংখ্য শৰাঘাত, তথাপি _দাসীক ইমান, সৰলৈ সেৱাৰপৰ৷ বঞ্চিত কৰিছে। বাস্তবিক আপুনি বৰ নিৰ্দ্দয় ।

7 __ অভি--স্্ন্দৰী, তুমি খং কৰিছ| কিয় ?

উত্তৰ|--আমি ভিঙৰত সোমাই আহিব আহির বুলি ভাবি থাকে| ; ঢুৱ্বাযাৰ কথা| পাতি ৰং ধেমালি কৰিম বুলি কত আশ| ! পিচে চাতকে বৰষুণৰ নিমিত্তে মেথলৈ চাই থকাৰ দৰে